18/07/2025
1 no. Katajhar pathar ৰ - Sujal Das, cancer ৰ ৰোগত ভোগি থকাৰ পৰিপ্ৰেক্ষিতত অক্সিজেন গেছৰ প্ৰয়োজন হৈছে বুলি ক জনোৱাত
Julfikar Rahman ৰ জৰিয়তে অক্সিজেন গেছ চিলিন্ডাৰ ৰোগীৰ পৰিয়ালৰ Pankaj Das লৈ প্ৰদান কৰা হয়।
M4M ৰ পৰা ৰোগী জনৰ আৰোগ্য কামনা কৰা হয়।
30/06/2025
জিলাৰ,
Katajar, Ghuramara ৰ Sahebani Nessa, heart ৰ ৰোগত ভোগি থকাৰ পৰিপ্ৰেক্ষিতত অক্সিজেন গেছৰ প্ৰয়োজন হৈছে বুলি M4M ক জনোৱাত, Julfikar Rahman ৰ জৰিয়তে অক্সিজেন গেছ চিলিন্ডাৰ ৰোগীৰ পৰিয়ালৰ Sanidul Hussain লৈ প্ৰদান কৰা হয়।
M4M ৰ পৰা ৰোগী জনৰ আৰোগ্য কামনা কৰা হয়।
19/07/2024
M4M মানুহ মানুহৰ বাবে উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ
16/07/2024
অহা 18/07/2024 তাৰিখ বৃহস্পতি বাৰে বৰপেটাৰোড চিমলাগুৰি ত অৱস্থিত ট্ৰাক শ্ৰমিক ইউনিয়ন কাৰ্যালয়ত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হব। এই শিবিৰ ত ৰাতিপুৱা 11 বজাৰ গুৱাহাটীৰ আগশাৰীৰ চকু চিকিৎসালয় "শঙ্কৰদেৱ নেত্ৰালয় " ৰ কেবাগৰাকীও অভিজ্ঞ চকু চিকিৎসকে চকু পৰীক্ষা কৰিব।
স্বেছাসেবী সংগঠন M4M মানুহ মানুহৰ বাবে ৰ উদ্যোগত আৰু শঙ্কৰদেৱ নেত্ৰালয়ৰ সহযোগত চকু পৰীক্ষা শিবিৰ টো অনুষ্ঠিত হব।
চকু পৰীক্ষাৰ শেষত যদিহে অপাৰেচন ৰ প্ৰয়োজন হয় তেনেহলে প্ৰয়োজন সাপেক্ষে বিনামূলীয়াকৈ অপাৰেচন গুৱাহাটীত কৰা হব বুলি নেত্ৰালয়ৰ পক্ষৰ পৰা জানিবলৈ দিছে।
সকলো ৰাইজৰ সহযোগ কামনা কৰা হল।
16/07/2024
বৰপেটা জিলাৰ, SORBHOG, WARD NO=9
ৰ UMA DAS ADHIKARY, hepatic failure
ৰ ৰোগত ভোগি থকাৰ পৰিপ্ৰেক্ষিতত অক্সিজেন গেছৰ প্ৰয়োজন হৈছে বুলি M4M ক জনোৱাত, Bisnu Das ৰ জৰিয়তে অক্সিজেন গেছ চিলিন্ডাৰ ৰোগীৰ পৰিয়াললৈ প্ৰদান কৰা হয়।
M4M ৰ পৰা ৰোগী জনৰ আৰোগ্য কামনা কৰা হয়।
01/07/2024
বৰপেটা জিলাৰ,
Khairabari ৰ Halima Khatun(54), Brain tumour ৰ ৰোগত ভোগি থকাৰ পৰিপ্ৰেক্ষিতত অক্সিজেন গেছৰ প্ৰয়োজন হৈছে বুলি M4M ক জনোৱাত, Julfikar Rahman ৰ জৰিয়তে অক্সিজেন গেছ চিলিন্ডাৰ ৰোগীৰ পৰিয়াললৈ প্ৰদান কৰা হয়।
M4M ৰ পৰা ৰোগী জনৰ আৰোগ্য কামনা কৰা হয়।
21/11/2023
Tonight,
বৰপেটা জিলাৰ,
Kalahabhanga word no.3 ৰ Kamala devnath, Gollblader stone (Gallstones) ৰ ৰোগত ভোগি থকাৰ পৰিপ্ৰেক্ষিতত অক্সিজেন গেছৰ প্ৰয়োজন হৈছে বুলি M4Mৰ Mathura Das ক জনোৱাত, জুলফিকৰ ৰহমানৰ জৰিয়তে অক্সিজেন গেছ চিলিন্ডাৰ ৰোগীৰ পৰিয়াললৈ প্ৰদান কৰা হয়।
M4M ৰ পৰা ৰোগী জনৰ আৰোগ্য কামনা কৰা হয়।
15/11/2023
Yesterday at midnight,
বৰপেটা জিলাৰ, Khairabari গাঁৱৰ Afsar Ali heart ৰ ৰোগত ভোগি থকাৰ পৰিপ্ৰেক্ষিতত অক্সিজেন গেছৰ প্ৰয়োজন হৈছে বুলি M4Mৰ Khalilur Rahaman ক জনোৱাত, জুলফিকৰ ৰহমানৰ জৰিয়তে অক্সিজেন গেছ চিলিন্ডাৰ ৰোগীৰ পৰিয়াললৈ প্ৰদান কৰা হয়।
M4M ৰ পৰা ৰোগী জনৰ আৰোগ্য কামনা কৰা হয়।
14/11/2023
26/10/2023 তাৰিখে,
বৰপেটা জিলাৰ, Kadamtala গাঁৱৰ Bashak Ali Cancer ৰোগত ভোগি থকাৰ পৰিপ্ৰেক্ষিতত অক্সিজেন গেছৰ প্ৰয়োজন হৈছে বুলি M4Mৰ Rahul debnath ক জনোৱাত, জুলফিকৰ ৰহমানৰ জৰিয়তে অক্সিজেন গেছ চিলিন্ডাৰ ৰোগীৰ পৰিয়াললৈ প্ৰদান কৰা হয়।