Kapil Dev Singha

Kapil Dev Singha

Share

General Secretary, AKRSU

Photos from Kapil Dev Singha's post 28/08/2023

মানাহৰ ফাতেমাবাদ চাহ বাগিচাৰ খেল পথাৰত শালবাৰী জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু Assam Youth Sports Clubৰ সহযোগত এদিনাকৈ আয়োজন কৰা ১৭ বছৰ অনুৰ্ধ ২০২৩-২৪ বৰ্ষ যুৱ ফুটবল লীগৰ আজি চুড়ান্ত খেল খনত উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছো।

25/08/2023
Photos from Kapil Dev Singha's post 07/11/2022

যোৱা কালি হাউলি আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ বাক্সা জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত হাউলি আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বেলগুৰিস্থিত কাৰ্য্যালয় প্ৰাঙ্গণত বৰপেটা জিলা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিমল বৰ্মনৰ সভাপতিত্বত নৱগঠিত বাক্সা জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ শপত গ্ৰহণ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকো।

উক্ত অনুষ্ঠান অতিথি হিচাপে উপস্থিত থাকে
সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি ক্ষিতীশ বৰ্মন, কমতাপুৰ অটোনমাছ কাউন্সিলৰ সদস্য প্ৰণৱজ্যোতি বৰ্মন,শালবাৰী মহকুমা কোচ ৰাজবংশী সাহিত্য সভাৰ সম্পাদক হৰেকৃষ্ণ ৰায়, বৰপেটা জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি উজ্জ্বল ৰায়, শালবাৰী মহকুমা অবিচি বোৰ্ডৰ অধ্যক্ষ ঘনশ্যাম বৰ্মন লগতে বিশিষ্ট ব্যক্তি সকল।

18/03/2022

সমূহ ৰাইজলৈ ফাকুৱা তথা দৌল উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

ফাকুৱাৰ ৰঙে সকলোৰে জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ৰঙীন কৰি তোলক, তাৰেই ভগৱানৰ ওচৰত কামনা কৰিছোঁ।

কপিল দেৱ সিংহ, যুটীয়া সাধাৰণ সম্পাদক,সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা।

08/03/2022

আজি ৮ মাৰ্চ
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে প্ৰতিগৰাকী নাৰীকে আন্তৰিক শুভেচ্ছা জনালোঁ ।

Photos from Kapil Dev Singha's post 21/12/2021

আজি জনতা ভৱনত নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব মাননীয় #জয়ন্ত_মল্ল_বৰুৱাক সাক্ষাৎ কৰাৰ মুহূৰ্তত উপস্থিত থাকে #কমতাপুৰ_স্বায়ত্ব_শাসিত_পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ মাননীয় #গোকুৰ_বৰ্মন ডাঙৰীয়া,KAC ৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন ডাঙৰীয়া,KAC ৰ কাৰ্যবাহী পাৰিষদ কৰ্মেশ্বৰ ৰায়,আক্ৰাছু সভাপতি #ক্ষিতীশ_বৰ্মন ডাঙৰীয়া, সহকাৰী সাধাৰণ সম্পাদক শান্ত কুমাৰ ৰায়, প্ৰচাৰ সম্পাদক কমলেশ্বৰ ৰায়, KAC ৰ সদস্য প্ৰণৱজ্যোতি বৰ্মন, কোচ-ৰাজবংশী #উন্নয়ন_পৰিষদৰ সদস্য জিতুমনি চৌধুৰী ।

Want your business to be the top-listed Government Service in Barpeta Road?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Baksa, Barpeta Road
Barpeta Road