ঈদ মোবাৰক
Kalgachia
Know more about kalgachia
Country Kalgachia  IndiaStateAssamRegionWestern AssamDistrictBarpetaGovernment
• TypeThe provincial governing authority of Assam,as the state of India.Population
• Total35,000 (approx)Languages
• OfficialAssameseTime zoneUTC+5:30 (IST)PIN
781319
Vehicle registrationASWebsitebarpeta.nic.in
10/03/2018
https://youtu.be/cRwhsYXONbI
হয়তো আকৌ লগ পাম !!
শ্বাহানুৰ ইছলামৰ কণ্ঠত Aoudi/ Video আকাৰে এটি অসমীয়া কবিতা প্ৰকাশ কৰা হৈছে।
তলত দিয়া Link-টোত Click কৰি কবিতাটো এবাৰ শুনিবচোন।
ভাল লাগিলে Share কৰিবলৈ নাপাহৰিব।
মতামতৰ অপেক্ষাত।
ধন্যবাদেৰে
✍️ Shahanur Islam
Hoyto Akou Log Pam an Assamese tragedy poetry by Shahanur Islam, হয়তো আকৌ লগ পাম, অসমীয়া কবিতা Title :Hoyto Akou Log Pam Author & Recite by : Shahanur Islam You can always follow me at: মুক্ত কন্ঠ অসম page link : https://www.facebook.com/A2Zfu...
30/08/2017
21/03/2017
মুক্ত কন্ঠ অসমৰ আজিৰ বিশেষ প্ৰতিবেদন:
#মানিকপুৰৰ শৌলমাৰী #গাওঁৰ_১২৩ বছৰীয়া # #বিশ্বৰ_সভাতকৈ_বয়োজ্যেষ্ঠ_মহিলা_আম্বাতন_বেওৱাই আজিলৈকে চৰকাৰী ভাবে #বৃদ্ধ_পেঞ্চন বা আন কোনো সা-সুবিধা পোৱা নাই। একেদৰে নাম্বাৰপাৰা ৩য় খণ্ডৰ হাচিনা ভানু, কাজলা ভানু, ৰমেলা বেওৱা, ছাহেলা বেওৱা নামৰ বৃদ্ধা কেইগৰাকীয়ে বৃদ্ধ পেঞ্চনৰ পৰা আৰম্ভ কৰি সকলোধৰণৰ চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হবলগীয়া হৈছে। বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত নাম্বাৰপাৰা – চাকলা গাওঁ পঞ্চায়ত অন্তৰ্গত এওঁলোকে বহুবাৰ বৃদ্ধ পেঞ্চনৰ বাবে আবেদন কৰি বিফল হ’বলগীয়া হৈছে। কিন্ত এওলোকতকৈ বহু কম বয়সৰ লোকে অসৎ উপায় অৱলম্বন কৰি বাচৰকাৰী বিষয়া-কমচাৰীক উৎকোচ দি বৃদ্ধ পেঞ্চন কৰিবলৈ সক্ষম হৈছে। বিগত কংগ্ৰেছ চৰকাৰৰ দিনত এওলোকে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ থকাৰ পিছত পৰিৱৰ্তন কামী চৰকাৰৰ দিনতো এই দৰিদ্ৰ বৃদ্ধ লোকৰ অৱস্থাৰ কোনো পৰিৱৰ্তন নহল। এওঁলোকৰ কথা এবাৰ ভাবিবনে চৰকাৰ বা প্ৰশাসনে? সচেতন লোকে শীঘ্ৰে শতবছৰ পাৰ কৰা বৃদ্ধা কেইগৰাকীক চৰকাৰী সুবিধা প্ৰদান কৰাৰ দাবী জনাইছে।
তথ্য: সংবাদ প্ৰহৰী
কলগাছিয়া জিলা পৰিষদৰ প্ৰাক্তন সদস্যা ছৈয়দা বেগমৰ মৃত্যু। ব্ৰেইন ষ্টক হৈ ইন্টাৰনেচনেল হস্পিটালত চিকিৎসাধীন আছিল বেগম। বেগমৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ।
24/02/2017
ৰাতিৰ আন্ধাৰত জিলিকি উঠিছে #কলগাছিয়া বৰপেটা অসামৰিক চিকিৎসালয় ।
25/01/2017
তৰফৰ পৰা সমূহ #ভাৰতবাসীক_৬৮_তম #গণৰাজ্য দিৱসৰ আগন্তক শুভ কামনা ঞ্জাপন কৰিলো।
আহক আমি সকোৱে একেলগে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰি জাতি,ধৰ্ম, ভাষাৰ নামত হিংসা পৰিহাৰ কৰি সকলোৱে ভাৰতীয় বুলি পৰিচয় দিওঁ ।
একেটা পতাকাৰ তলত গৰ্ভেৰে ৰাষ্ট্ৰীয় সংগীতটো গাওঁ।
জন গণ মন! অধিনায়ক জয় হে
ভাৰত ভাগ্য বিধাতা
পঞ্জাব সিন্ধু গুজৰাট মাৰাঠা
দ্ৰাৱিড় উৎকল বংগ
ৱিন্ধ্য হিমাচল যমুনা গংগা
উচ্ছল জলধি তৰঙ্গ
তৱ শুভ নামে জাগে,
তৱ শুভ আশিস মাগে,
গাহে তৱ জয়গাথা।
জনগণ মংগল দায়ক জয় হে
ভাৰত ভাগ্য ৱিধাতা!
জয় হে, জয় হে, জয় হে,
জয় জয় জয় জয় হে।
জয় হিন্দ।
08/01/2017
25/12/2016
আজি কলগাছিয়াৰ অন্তৰ্গত গুনিয়াল গুৰি মিনি ষ্টুডিয়াত অনুষ্ঠিত ফুট বল খেলত #জুবিন #একাদশ বনাম #মিডিয়া #একাদশ খেলখনত #জুবিন #একাদশ ২ গলত #জয়ী হয়।
খেলখনত জনপ্ৰীয় কন্ঠ শিল্পী #বাবু #বৰুৱাই ১ গ'ল আৰু #জুবিন #গাৰ্গে ১ গ'ল কৰি খেলখন সাফল্য মন্ডিত কৰে।
লগতে শ্ৰেষ্ট খেলুৱৈ হিচাপে দলপতি #জুবিন গাৰ্গক নিৰ্বাচিত কৰা হয়।
উল্লেখযোগ্য যে গুনিয়াল গুৰিৰ নিচিনা এখন ভিতৰুৱা অঞ্চলতো #জুবিন #একাদশ ফুটবল চাৱলৈ লক্ষাদিক ৰাঈজে ভিৰ কৰে।
12/12/2016
মুক্ত কন্ঠ, অসমৰ BREAKING UPDATE
‘মোদীৰ প্ৰতি দেশৰ ৩১শতাংশ মানুহৰ সমৰ্থন’
বাজপেয়ীৰ অন্তৰ বহল আছিল : গগৈ
‘বাজপেয়ীয়ে মোক বহুত সহায় কৰিছিল’
‘অৰ্থনৈতিক সংকটত দিয়া প্ৰস্তাৱত সঁহাৰি দিছিল’
‘মোদীয়ে নিজৰ চৰকাৰকে সহায় কৰা নাই’
‘আমাক কি সহায় কৰিব মোদীয়ে’
‘মোদীয়ে যি ধৰণে কথা কয়, কামসমূহ নহয়’
CASHLESS ব্যৱস্থাক লৈ গগৈৰ মন্তব্য
‘এই ব্যৱস্থাৰ বাবে বহু সময়ৰ প্ৰয়োজন হ’ব’
‘আগতে হিমন্তক দুৰ্নীতিগ্ৰস্ত বুলিছিল’
‘বিজেপিলৈ যোৱাৰ পিছত সত্যনাৰায়ণ হ’ল’
‘চেকগে’ট, ছিণ্ডিকেট বন্ধ হ’লে দাম কিয় বাঢ়ে’
‘বিৰোধী দল হিচাপে আমাৰো দায়িত্ব আছে’
বিৰোধী হৈ বহি থাকিলে নহ’ব : গগৈ
বাংলাদেশীক আমি প্ৰশ্ৰয় নিদিও : গগৈ
‘BJP-এ আজিলৈ কিয় বাংলাদেশী খেদিব পৰা নাই’
‘NRCৰ কামৰ বাবে ইমান সময় কিয় লাগে’ ???
অসমৰ যি কোনো সংবাদ,প্ৰতিবাদ,তথ্য পুৰ্ন মতামত প্ৰেৰন কৰিবলৈ WhatsApp ৯৪৩৫৬৫৬৪৪৩ নং-ত Massage কৰি আমালৈ প্ৰেৰন কৰক,লগতে Page টো Like,Comments, Save আৰু Share কৰিবলৈ নাপাহৰিব।
ধন্য বাদেৰে
মুক্ত কন্ঠ, অসম।
----------
Click here to claim your Sponsored Listing.
Location
Contact the business
Website
Address
Kalgachia, Barpeta, Barpeta Road
Barpeta Road
781319
Opening Hours
| Monday | 10:30am - 5pm |
| Tuesday | 10:30am - 5pm |
| Wednesday | 10:30am - 5pm |
| Thursday | 10:30am - 5pm |
| Friday | 10:30am - 5pm |
| Saturday | 10:30am - 3pm |
