Eyakub Badsha

Eyakub Badsha

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Eyakub Badsha, Social service, Vill/Mowamari, P. O. Ramapara Pam, Barpeta.

21/09/2025
21/09/2025
17/06/2025

মৃত পত্নীৰ শেষ ইচ্ছা পূৰণৰ বাবে লণ্ডনৰ পৰা আহিছিল তেওঁ। নাম অৰ্জুন মনুভাই
পাটোলিয়া। প্ৰায় এসপ্তাহ পূৰ্বে পত্নীক হেৰুৱাইছিল অৰ্জুনে। মৃত্যুৰ পূৰ্বে পত্নীয়ে অৰ্জুনক জনাইছিল তেওঁৰ ইচ্ছাৰ কথা। নৰ্মদা নৈত নিজৰ অস্থি বিসৰ্জনৰ অনুৰোধ জনাইছিল পত্নী ভাৰতীবেনে। পত্নীৰ সেই ইচ্ছা পূৰণ কৰিবলৈ এসপ্তাহ পূৰ্বে লণ্ডনৰ পৰা গুজৰাটলৈ আহিছিল অৰ্জুন। লণ্ডনত এৰি আহিছিল ৪ আৰু ৮ বছৰীয়া ২ কন্যাক। নৰ্মদাত অস্থি বিসৰ্জন দি বৃহস্পতিবাৰে লণ্ডনমুখী অভিশপ্ত বিমানখনত উঠিছিল অৰ্জুন মনুভাই পাটোলিয়া। কিন্তু ২ কণমানি কন্যাৰ কাষ নাপালেগৈ অৰ্জুন। পত্নীৰ শেষ ইচ্ছা পূৰণ কৰিবলৈ আহি বিমান দুৰ্ঘটনাত নিজেও হেৰাই গ’ল চিৰদিনলৈ।লণ্ডনত এতিয়াও চাগে দেউতাকৰ অপেক্ষাত কণমানি দুজনী ৷ এয়াই মানুহৰ জীৱন!!!

19/03/2025

Congratulations

17/03/2025

Congratulations 🎊 👏 💐 🥳 🎊

Want your business to be the top-listed Government Service in Barpeta?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


Vill/Mowamari, P. O. Ramapara Pam
Barpeta
781308