AAP Barpeta

AAP Barpeta

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from AAP Barpeta, Political Party, Barpeta Howly Road, Barpeta.

12/05/2024

আজি চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত হৰিপুৰত আম আদমি পাৰ্টীৰ এটা কাৰ্যালয় উদ্বোধন কৰা হয় । কাৰ্য্যালয় উদ্বোধন কৰে আপ, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী ডাঙৰীয়াই। লগতে উপস্থিত থাকে ৰাজ্যিক সাংগঠনিক সম্পাদক মামুদ ইমদাদুল হক চৌধুৰী ডাঙৰীয়া, ৰাজ্যিক সাংগঠনিক সম্পাদক মানছুৰ তালুকদাৰ ডাঙৰীয়া, ৪২ নং ৱাৰ্ডৰ আপৰ পাৰিষদ মাচুমা বেগম ডাঙৰীয়ানী, ৰাজ্যিক মেডীয়া সম্পাদক আমিৰ হুছেইন ডাঙৰীয়া, সক্ৰিয় সদস্য পঙ্কজ দাস ডাঙৰীয়া, আপৰ বৰপেটা জিলা সভাপতি হাদিউল ৰহমান ডাঙৰীয়া, আপৰ বৰপেটা জিলা উপ সভাপতি ডিম্পল বৰ্মন ডাঙৰীয়া, বৰপেটা জিলা সম্পাদক প্ৰণৱ গায়ন ডাঙৰীয়া, বৰপেটা জিলা যুটীয়া সাংগঠনিক সম্পাদক জেছিম খান ডাঙৰীয়াকে ধৰি বিভিন্ন বিষয়ববীয়া আৰু কৰ্মী। কাৰ্যালয় উদ্বোধনী সভাত সভাপতিত্ব কৰে জাহিদুল ইছলাম ডাঙৰীয়া ।

#অসমতো_কেজৰিৱাল

11/04/2024

আম আদমি পাৰ্টীৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী ৰ হৈ দিনৰ ১২ এপ্ৰিল তাৰিখে দিনৰ ১ বজাত গোপনাৰী বজালী বালিজান খেলপথাৰত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰিব পঞ্জাবৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। উক্ত জনসভাখনলৈ আপোনাক সাদৰেৰে নিমন্ত্ৰন জনাইছোঁ।

Photos from AAP Barpeta's post 07/04/2024

সমগ্ৰ দেশৰ লগতে আম আদমি পাৰ্টীৰ বৰপেটা জিলা সমিতিৰ তৰফৰপৰাও অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক আৰ্শীবাদ দিয়াৰ উদ্দেশ্যেৰে সমূহীয়া উপবাস পালন কৰা হৈছে।


#केजरीवाल_के_लिए_उपवास_7अप्रैल

08/02/2024
27/01/2024

নেতা যেতিয়া সৎ হয়,তেতিয়াহে জনতাৰ উন্নয়ন সম্ভৱ হয়। অন্যথা কেন্দ্ৰত আৰু ৰাজ্যত নিজৰ দলৰ চৰকাৰ থকা স্বত্তেও জনতাক ভুৱা উন্নয়ন দেখাবলৈ ধাৰত ডুব যাব লগা হয়।

22/01/2024

বৰপেটা জিলা কমিটিৰ তৰফৰ পৰা আটাইকে অভিনন্দন জনোৱা হল ।

Photos from AAP Barpeta's post 22/01/2024

বৰপেটা জিলা কমিটিৰ তৰফৰ পৰা আটাইকে অভিনন্দন জনোৱা হল ।

21/01/2024

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে আজি গহপুৰত।
ৰাহুল গান্ধীৰ সৈতে আজি আলোচনাত মিলিত হয় অসমৰ বিৰোধী ঐক্যমঞ্চৰ আটাইকেইটা দলৰ প্ৰতিনিধিয়ে। আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণনীতি সম্পৰ্কত এই সভাত কৰা হয় আলোচনা। মোৰ লগতে AAP ৰ ভালেকেইগৰাকী প্ৰতিনিধি উপস্থিত থাকে এই সভাত।

19/01/2024

আজি বৰপেটা জিলাৰ অন্তৰ্গত কলহভঙ্গা গাঁও পঞ্চয়তৰ বালাভিঠা আৰু সাতভনীৰ টুপ চকত "আপ" অসমৰ গাঁও যাত্ৰা নামৰ শীৰ্ষক কাৰ্যসূচী ৰূপায়ন কৰোঁ। এই কাৰ্যসূচীত আমি গঞা ৰাইজৰ সৈতে মত বিনিময় কৰোঁ আৰু তেওঁলোকৰ বিপুল সঁহাৰিয়ে আমাক সঁচাকৈয়ে মোহিত কৰিলে। দিল্লী আৰু পঞ্জাৱত "আপ" চৰকাৰে প্ৰদান কৰা সুবিধাসমূহ তেওঁলোকেও বিচাৰে বুলি আমাক জানিব দিয়ে। উক্ত কাৰ্যসূচীত গঞা ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ পৰা সঠিক দিহা পৰামৰ্শ লও।
Aam Aadmi Party Assam
Dr. Bhaben Choudhury
Rajesh Sharma
Arvind Kejriwal
Brojen Handique
ছাত্ৰ নেতা মনিৰুজ জামান
#গাঁওযাত্ৰা

09/01/2024

বৰপেটা জিলাৰ অন্তৰ্গত মন্দিয়া বিধানসভা সমষ্টিৰ গাওঁ যাত্ৰা

Want your business to be the top-listed Government Service in Barpeta?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


Barpeta Howly Road
Barpeta
781314