AAM ADMI PARTY Bhwanipur Assam

AAM ADMI PARTY Bhwanipur Assam

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from AAM ADMI PARTY Bhwanipur Assam, Political Party, .

25/10/2020
22/10/2020

আম আদমি পাৰ্টীৰ দিল্লী চৰকাৰৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অভূতপূৰ্ব সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
- 569 জন শিক্ষাৰ্থীয়ে NEETত সফলতা লাভ কৰিছে।
- 53 জন শিক্ষাৰ্থীয়ে JEE Advanceত চমক দেখুৱাইছে।
- 5 জন শিক্ষাৰ্থীৰ IITত নাম অন্তৰ্ভুক্ত হৈছে।

কেজৰিৱাল চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে সম্পূৰ্ণ সমৰ্থন আৰু পৰ্যাপ্ত সুযোগ নিশ্চিত কৰিছে।

19/10/2020

ইতিমধ্যে সম্পন্ন হৈছে আম আদমি পাৰ্টীৰ স্বেচ্ছাসেৱক সন্মিলন। অসমৰ প্ৰতিটো সমষ্টিৰ পৰা এজনকৈ কেজৰীৱাল সৃষ্টিৰ বাবে সংকল্পবদ্ধ হৈ প্ৰতিগৰাকী আম আদমি।

আপুনিও সহযোগ কৰক। সোণৰ অসম গঢ়াত আপুনিও অংশীদাৰ হওঁক।

15/09/2020

যদি আপুনি সাম্প্ৰদায়িক সংঘৰ্ষ বিচাৰে, জাতি-ধৰ্মক লৈ ৰাজনীতি কৰিব বিচাৰে, দূৰ্নীতিত লিপ্ত হ'ব বিচাৰে তেন্তে তাৰ বাবে অন্যান্য বহুত দ'ল আছে ।

আৰু যদি আপোনাৰ সন্তানৰ বাবে উন্নত বিদ্যালয় ভাল শিক্ষা বিচাৰে, উন্নত চিকিৎসা, নিবনুৱা সংস্থাপন, বানপানী তথা বাংলাদেশী সমস্যাৰ স্থায়ী সমাধান বিচাৰে তেন্তে আম আদমি পাৰ্টী লৈ আহক ।

Want your business to be the top-listed Government Service?

Culinary Team

Attire

Telephone

Website