03/03/2026
Happy Holi to all of you.
General Secretary
(Administrative)
Muslim Students Union of Assam
(MSUA)
Central Committee
03/03/2026
Happy Holi to all of you.
10/02/2026
BEST WISHES TO ALL HSLC & HS Candidates 💐
03/02/2026
সকলোকে পৱিত্ৰ শ্ববে-বৰাতৰ আন্তৰিক শুভেচ্ছা জনালোঁ।।
30/01/2026
জাতিৰ পিতা মহামানৱ, অহিংসাৰ পূজাৰী মহাত্মা গান্ধীৰ দেৱৰ
পূণ্যতিথিত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো।
27/01/2026
জগন্নাথ আৰু কেদাৰনাথত অহিন্দুৰ প্ৰৱেশ নিষিদ্ধৰ
আঁচল ৰহস্য খোল খালে —
প্ৰতিক মিশ্ৰা নামৰ এই গৰাকী ব্ৰাহ্মণ যুৱকে চৰফৰাজ আহমেদৰ
নামেৰে জি মেইল আৰু ফেচবুক একাউণ্ট খুলি পৰিকল্পনা মতে
তেওঁৰ প্ৰফাইল ফটোত চিনাকী মুছলমান বন্ধুৰ ফটো ব্যৱহাৰ কৰি
জগন্নাথ মন্দিৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়ে।
আৰক্ষীৰ সঠিক তদন্ততহে আঁচল জোলোঙাৰ মেকুৰি উলাই পৰে।
27/01/2026
दहाय बोराइ बाथौ।
বড়ো ভাই-ভনীসকলৰ পৱিত্ৰ উৎসৱ বাথৌ পূজাৰ
আন্তৰিক শুভেচ্ছা যাচিলোঁ।
26/01/2026
বহু জাতি, বহু ধৰ্ম
তাৰ মাজতো আমি আছোঁ
এক হৈ
মাথোঁ এটি নামেৰেই চিনাকি
'আমি ভাৰতীয়'
সমগ্ৰ দেশবাসী লৈ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ
আন্তৰিক শুভেচ্ছাৰে....
🇮🇳
12/12/2025
" শ্বহীদ প্রণামো তোমাক" 🙏
অসমৰ অস্তিত্ব ৰক্ষাৰ্থে অবৈধ CAA আন্দোলনত প্রাণ আহুতি দিয়া
বীৰ পুৰুষ সকললৈ গভীৰ শ্রদ্ধাঞ্জলী জনালোঁ।।
🙏🏻🙏🏻🙏🏻🙏🏻
ৰফিকুল ইছলাম
সাধাৰণ সম্পাদক (প্ৰশাসনিক)
(মুছা)
কেন্দ্ৰীয় সমিতি
মুছলিম ছাত্ৰ সন্থা, অসম
Muslim Student Union of Assam
26/11/2025
আজি "সংবিধান দিৱস।
১৯৪৯ চনৰ ২৬ নৱেম্বৰ, অৰ্থাৎ আজিৰ এই বিশেষ দিনটোতেই
ভাৰতীয় সংবিধানখন
আনুষ্ঠানিকভাৱে গৃহীত কৰা হৈছিল।
আজিৰ এই বিশেষ পৱিত্ৰ দিনটোত ভাৰতীয় সংবিধানৰ
পিতৃ-স্বৰূপ ড৹ ভীমৰাও আম্বেদকাৰ বাবাচাহেবৰ লগতে
সংবিধান প্ৰণয়নৰ সৈতে জড়িত তথা ভাৰতবৰ্ষক
এখন সাৰ্বভৌমত্ব ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে
বিশ্বৰ বুকুত জিলিকাই তোলা প্ৰতিগৰাকী সেই মহান ব্যক্তিক
গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। এই সংবিধান ৰক্ষা কৰাটো
আমি প্ৰতিজন ভাৰতীয়ৰ মৌলিক কৰ্তব্য।
🇮🇳 🇮🇳
24/11/2025
আন এটি যুগৰ পৰিসমাপ্তি ।
এই বছৰটোৱে
বহু চিনাকি মুখ আমাৰ পৰা
কাঢ়ি ল'লে।
বলীউডৰ কিংবদন্তি জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ কৃষ্ণ দেওলদেৱে
৮৯ বছৰ বয়সত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ কৰে।
৬০ৰ দশকৰ পৰা বলীউড জগতখনত সুকীয়া স্থান দখল কৰা
চিৰসেউজ কিংবদন্তি অভিনেতাগৰাকীৰ মৃত্যু দেশৰ চলচ্চিত্ৰ
জগতৰ বাবে এক অপূৰণীয় ক্ষতি।
তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।
ঔঁম শান্তি. 🙏
24/11/2025
#লাচিত দিৱস
অসমী আইৰ সু-সন্তান
শৌৰ্য্য-বীৰ্য্য, সাহস আৰু দেশপ্ৰেমৰ প্ৰতীক
মহান বীৰ যোদ্ধা লাচিত বৰফুকন দেৱলৈ
ওপজা দিনৰ শ্ৰদ্ধাৰ্ঘ্য প্ৰণিপাত।
18/11/2025
সৌন্দর্য্য চোখে লাগে, কিন্তু বিশ্বস্ততা মানুষের হৃদয়ের।