Barpeta District Congress Committee.

Barpeta District Congress Committee.

Share

Welcome to Official page of Barpeta District Congress Committee, Barpeta, Assam

27/05/2026

বিশিষ্ট স্বাধীনতা সংগ্ৰামী,ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী তথা আধুনিক ভাৰতৰ বুনিয়াদ নিৰ্মাতা পণ্ডিত জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ আজি পুণ্যতিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

দেশৰ গণতান্ত্ৰিক ভেটি সুদৃঢ় কৰাৰ লগতে বৈজ্ঞানিক মানসিকতা, ধৰ্মনিৰপেক্ষতা আৰু আধুনিক ভাৰত গঢ়াৰ ক্ষেত্ৰত তেখেতৰ অৱদান চিৰস্মৰণীয়।

তেখেতৰ আদৰ্শ, দৃষ্টিভংগী আৰু দেশপ্ৰেমে ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰজন্মক সদায়েই প্ৰেৰণা দি থাকিব।
এই দিনটোত তেখেতৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ।

25/05/2026

অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি ওৱাজেদ আলী চৌধাৰী ডাঙৰীয়া আৰু উপ দলপতি ড০ জয় প্ৰকাশ দাস ডাঙৰীয়ালৈ বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
Wazed Ali Choudhury Sir
Dr Joy prakash Das Dada

21/05/2026

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন প্ৰয়াত ৰাজীৱ গান্ধী ডাঙৰীয়াৰ মৃত্যু বাৰ্ষিকীত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

যুৱ শক্তিক আগুৱাই নিয়াৰ দৃষ্টিভংগী, আধুনিক ভাৰত গঢ়াৰ সপোন আৰু তথ্য-প্ৰযুক্তি বিপ্লৱৰ ভিত্তি স্থাপনৰ ক্ষেত্ৰত তেখেতৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। দেশৰ ঐক্য, অখণ্ডতা আৰু উন্নয়নৰ বাবে তেখেতৰ চৰম ত্যাগ আৰু নেতৃত্বই ভাৰতবাসীক সদায় অনুপ্ৰাণিত কৰি যাব।

এই দিনটোত আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা গৰাকীক তেখেতৰ পবিত্ৰ স্মৃতিক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।

13/05/2026

Remembering former President of India, Fakhruddin Ali Ahmed, a committed freedom fighter and statesman.

He served the nation with dignity and constitutional responsibility and his contribution to India’s democratic journey continues to be remembered.

04/05/2026

বৰপেটা জিলাৰ অন্তৰ্গত চেঙা বিধান সভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক Abdur Rahim Ahmed ডাঙৰীয়াক বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছো।
Indian National Congress - Assam

04/05/2026

বৰপেটা জিলাৰ অন্তৰ্গত নৱগঠিত পাকাবেতবাৰী বিধান সভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক Jakir Hussain Sikdar ডাঙৰীয়াক বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছো।
Indian National Congress - Assam

Photos from Barpeta District Congress Committee.'s post 24/04/2026

ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই বৰপেটৰ জিলাৰ মন্দিয়া বিধান সভা সমষ্টি, চেঙা বিধান সভা সমষ্টি, আৰু বঙাইগাঁও জিলাৰ সৃজন গ্ৰাম বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীসকলৰ উপস্থিতিত বৰপেটা জিলাৰ অন্তৰ্গত ২ খন‌ বিধানসভা সমষ্টিৰ আৰু বঙাইগাঁও জিলাৰ অন্তৰ্গত ১ খন বিধান সভা সমষ্টিৰ দলীয় ভোট গণনা এজেণ্ট সকলৰ হৈয়ে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে।
Rakibul Hussain
Abdul Khaleque
Abdur Rahim Ahmed
Nurul Haque
Rajiv Hoque
Indian National Congress - Assam

16/04/2026

▶️ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত লোকসভাত গৌৰৱ গগৈ ডাঙৰীয়াৰ মন্তব্য।
Gaurav Gogoi
Indian National Congress - Assam

Want your business to be the top-listed Government Service in Barpeta?

Click here to claim your Sponsored Listing.

Location

Website

Address


Barpeta