Paka Betbari Block Congress

Paka Betbari Block Congress

Share

Jakir Hussain Sikdar Zindabad

14/11/2025

বিহাৰত BJP ৰ জয়ত পাকাবেতবাৰীৰ তথাকথিত নেত্ৰীৰ আনন্দ উল্লাসৰ ৰহস্য - - -?

Photos from Paka Betbari Block Congress's post 03/11/2025

পাকা বেতবাৰী সমষ্টিৰ মৈৰামাৰা গাঁও পঞ্চায়তৰ ইটাৰভিটাৰ নুৰুল ইছলাম, মহিদুল ইছলাম,ৰাজিবুল ইছলাম, আব্দুল কাদেৰ আৰু সহিদুল ইছলামে আজি এ আই ইউ ডি এফৰ সমৰ্থন ত্যাগ কৰি আজি সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াৰ ওচৰত ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে।

28/10/2025

তুমি নেতা হবা

22/10/2025

নাটক বাদে একো নহয় ?

Photos from Paka Betbari Block Congress's post 21/10/2025

AIUDF ৰ মোক্ষম আঘাত ৷
২৩ নং পশ্চিম বেতবাৰী মণ্ডল কংগ্ৰেছ কমিটিৰ অন্তৰ্গত বৰবালা ৪ নং খণ্ডৰ AIUDF ৰ সমৰ্থিত নিৰ্বাচিত সদস্যাৰ অভিভাৱক হাফিজুৰ ৰহমান AIUDF দল ত্যাগ কৰি বহু কেইজন সমৰ্থকক লগত লৈ কংগ্ৰেছ দলত যোগদান কৰে ৷ কংগ্ৰেছ দলৰ পৰা আমি সকলোকে অভিনন্দন জনাইছোঁ ৷ উল্লেখ থাকে যে উক্ত ৱাৰ্ড খন AIUDF দলৰ মণ্ডল সভাপতিৰ ৱাৰ্ড ৷
ভাৰতীয় জতীয় কংগ্ৰেছ জিন্দাবাদ,
জকিৰ হুছেইন সিকদাৰ জিন্দাবাদ ৷

19/10/2025

২৫ নং পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ২৬ নং পশ্চিম পাকা গাঁও পঞ্চায়ত ৰ ৪ নং ওৱাৰ্ডৰ AIUDF ৰ বুথ কমিটিৰ উপ সভাপতি মাননীয় আব্দুল ছালাম আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে। তেখেতক পাকা বেতবাৰী ব্লক কংগ্ৰেছৰ কমিটি আৰু পশ্চিম পাকা মন্ডল কংগ্ৰেছ কমিটি তৰফৰ পৰা শুভেচ্ছা জনালো।

18/10/2025

নৱ শক্তি ছিনিয়ৰ মহাবিদ‍্যালয় মাজগাও আৰু মিলনজ‍্যেতি মহাবিদ‍্যালয় কালজাৰ ছাত্ৰ একতা সভা সাধাৰন নিৰ্বাচনৰ NSUI সকলো প্ৰাৰ্থী জয়ী হৈছে ।সৰুক্ষেত্ৰী সমষ্ঠীৰ সন্মানীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াই সম্বৰ্ধনা জনায়।

Photos from Paka Betbari Block Congress's post 14/10/2025

কাঁহিকুছি ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত কাঁহিকুছি চাৰিআলিত আৰম্ভ হোৱা হা ডু ডু খেল প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্য‍্যকৰি সভাপতি জাকিৰ হুছেইন সিকদাৰ ডাঙৰিয়াই

Photos from Jakir Hussain Sikdar's post 12/10/2025
10/10/2025

Photos from Paka Betbari Block Congress's post 09/10/2025

বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত পাকা বেতবাৰী সমষ্টিৰ চিকিৎসাধীন হৈ থকা ব্যক্তি সকলৰ আজি সন্ধিয়া সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াই সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়।

Want your business to be the top-listed Government Service in Barpeta?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address

Paka Betbari
Barpeta
781352