ZP Chairman Dhubri

Contact the organization

ZP Chairman Dhubri member of nayer alga zpc

আজি ধুবুৰীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক সৌজন্যমূলক সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰিলোঁ।এই সাক্ষাৎক...
20/09/2026

আজি ধুবুৰীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক সৌজন্যমূলক সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰিলোঁ।
এই সাক্ষাৎকালত ধুবুৰী জিলাৰ সামগ্ৰিক উন্নয়ন, জনসাধাৰণৰ কল্যাণ, আন্তঃগাঁথনিৰ উন্নতি আৰু আগন্তুক দিনসমূহৰ বিভিন্ন উন্নয়নমূলক পৰিকল্পনাৰ সন্দৰ্ভত গঠনমূলক আলোচনা কৰিলোঁ।
ধুবুৰী জিলাক অধিক উন্নত, সমৃদ্ধ আৰু জনকল্যাণমুখী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে সকলোৰে সহযোগিতাৰে উন্নয়নৰ এই যাত্ৰা অব্যাহত থাকিব। 🤝🌹

আজি ধুবুৰী জিলা পৰিষদৰ সকলো মাননীয় সদস্য/সদস্যাৰ উপস্থিতিত 16th Finance Commission (ZPDP)-ৰ অধীনত জিলা পৰিষদ উন্নয়ন পৰ...
27/08/2026

আজি ধুবুৰী জিলা পৰিষদৰ সকলো মাননীয় সদস্য/সদস্যাৰ উপস্থিতিত 16th Finance Commission (ZPDP)-ৰ অধীনত জিলা পৰিষদ উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।
সভাত ধুবুৰী জিলাৰ সামগ্ৰিক উন্নয়ন, জনসাধাৰণৰ প্ৰয়োজনীয়তা আৰু বিভিন্ন উন্নয়নমূলক কাম-কাজৰ ওপৰত গুৰুত্বপূৰ্ণ মত-বিনিময় কৰা হয়।
সকলোৰে সহযোগিতা আৰু অংশগ্ৰহণেৰে ধুবুৰী জিলাক উন্নয়নৰ নতুন দিশলৈ আগুৱাই নিয়াৰ সংকল্প। 🌱🤝

Happy independence day
15/08/2026

Happy independence day

Address

Bilasipara

Website

Alerts

Be the first to know and let us send you an email when ZP Chairman Dhubri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to ZP Chairman Dhubri:

Shortcuts

Share