05/09/2026
শিক্ষক দিৱস উপলক্ষে ৰাজ্যৰ সকলো শিক্ষাগুৰুলৈ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা আৰু ওলগ জনাইছে।
আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে ৬৫ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হ'ব। এই উপলক্ষে ৰাজ্যৰ কৃতি শিক্ষকসকললৈ ৰাজ্যিক বঁটা প্ৰদানৰ লগতে বিশেষ অৱদান আগবঢ়োৱা শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষানুষ্ঠানসমূহক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব।
Ranoj Pegu Biswajit Daimary