Dhiraj kr sarma

Call

Dhiraj kr sarma General Secretary , Bharatia Janata Yuva Morcha , Darrang

02/03/2026

জন সমৰ্থন , শক্তিশালী অসম ।

Himanta Biswa Sarma
Dilip Saikia
Makunda Deka

21/02/2026

এটা সময় আছিল যি সময়ত ভূমিপুত্ৰৰ স্বাৰ্থ ৰক্ষা কৰাৰ নামত কেৱল ৰাজনীতি হৈছিল, কিন্তু বাস্তৱত ভূমিপুত্ৰ নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিল। ৭০ বছৰৰ সেই ক’লা ইতিহাস মনত ৰাখিছে অসমে।

Himanta Biswa Sarma

20/02/2026

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আকৌ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হোৱাটো একপ্ৰকাৰ নিশ্চিত। আমি আশাবাদী : আজিৰ দৰেই পুনৰ উৰ্ধগামী হ'ব অসমৰ উন্নয়নৰ নিৰন্তৰ গতি।

Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
BJP Darrang District

অসম আন্দোলনৰ অগ্ৰণী নেতা , দুনী আঞ্চলিক ছাত্ৰ সন্থাৰ একেৰাহে কেইবাটাও কাৰ্যকালৰ সভাপতি, দুনী শাখা সাহিত্য সভাৰ সভাপতি ,প...
18/02/2026

অসম আন্দোলনৰ অগ্ৰণী নেতা , দুনী আঞ্চলিক ছাত্ৰ সন্থাৰ একেৰাহে কেইবাটাও কাৰ্যকালৰ সভাপতি, দুনী শাখা সাহিত্য সভাৰ সভাপতি ,পশ্চিম দৰং বিষ্ণুজ্যোতি হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ,শ্ৰদ্ধাৰ গজেন বৰা দেৱৰ শেষ যাত্ৰাত ভাৰতীয় জনতা পাৰ্টি দৰং জিলাৰ সভাপতি Makunda Deka ডাঙৰীয়া আৰু দলীয় সতীৰ্থ সকলৰ সৈতে অংশগ্ৰহন কৰি আমিওঁ ভাৰতীয় জনতা যুৱ মৰ্চা দৰং জিলা সমিতিৰ তৰফৰ পৰা তেখেতক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰো ।
Himanta Biswa Sarma
Dilip Saikia
BJP Darrang District

এক সংগ্ৰামী সত্বাৰ মহাপ্ৰস্থান …..অসম আন্দোলনৰ অগ্ৰণী নেতা , বিশিষ্ঠ শিক্ষাবিদ গজেন বৰা প্ৰয়ানত মৰ্মাহত হৈ পৰিছো । তেখেত...
17/02/2026

এক সংগ্ৰামী সত্বাৰ মহাপ্ৰস্থান …..
অসম আন্দোলনৰ অগ্ৰণী নেতা , বিশিষ্ঠ শিক্ষাবিদ গজেন বৰা প্ৰয়ানত মৰ্মাহত হৈ পৰিছো ।
তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিলো ।

17/02/2026

Address

Darrang

Telephone

+918011639358

Website

Alerts

Be the first to know and let us send you an email when Dhiraj kr sarma posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share