Bhuban Tanti

Call Contact the organization

Bhuban Tanti Worker's Of BPF
28 March 2026

23/08/2026

 ✅সকলোকে নমস্কাৰ ও সুপ্ৰভাত জনালোঁ 🙏🙏☕☕✅ভেৰগাঁও জিলা যুৱ বিপিএফৰ নতুনকৈ সম্পাদক'ৰ দায়িত্ব লাভ কৰাৰ বাবে বন্ধু সংগত চহৰীয...
18/08/2026


✅সকলোকে নমস্কাৰ ও সুপ্ৰভাত জনালোঁ 🙏🙏☕☕
✅ভেৰগাঁও জিলা যুৱ বিপিএফৰ নতুনকৈ সম্পাদক'ৰ
দায়িত্ব লাভ কৰাৰ বাবে বন্ধু সংগত চহৰীয়া লৈ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ 💐💐💐


.

15/08/2026

♦️গোৰেশ্বৰৰ ক্ৰিকেটাৰ কৰণ কুমাৰ বৈশ্যক
BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ১ লাখ টকাৰ আৰ্থীক সাহায্য আগবঢ়ায়।

30/06/2026
 ✅ আজি আমাৰ ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিৰ মাননীয় শ্ৰীযুত মহেশ্বৰ বড়ো ডাঙৰীয়াই ১৬ সংখ্যক অসম বিধানসভাত বিধায়ক হিচাপে...
21/05/2026


✅ আজি আমাৰ ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিৰ মাননীয় শ্ৰীযুত মহেশ্বৰ বড়ো ডাঙৰীয়াই ১৬ সংখ্যক অসম বিধানসভাত বিধায়ক হিচাপে শপত গ্ৰহণ কৰে। তেখেতলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। জনসাধাৰণৰ আস্থা আৰু আশীৰ্বাদেৰে তেখেতৰ নেতৃত্বত সমষ্টিটো অধিক উন্নয়ন, শান্তি আৰু সমৃদ্ধিৰ দিশে আগবাঢ়ি যাব বুলি দৃঢ় বিশ্বাস প্ৰকাশ কৰিলোঁ। অসম তথা ভেৰগাঁও সমষ্টিৰ জনসাধাৰণৰ কল্যাণৰ বাবে তেখেতৰ আগন্তুক কার্যকাল সফল আৰু মঙ্গলময় হওক বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।🙏🙏

 ✅ নমস্কাৰ ও জহাৰ সকলোকে 🙏🙏✅ সুপ্ৰভাত বন্ধু সকল ☕☕  ☕☕ ✅ ভাৰতীয় নাগৰিক হিচাপে মই মোৰ দায়িত্ব পালন কৰিলোঁ।✅ আপোনালোকেও ...
09/04/2026


✅ নমস্কাৰ ও জহাৰ সকলোকে 🙏🙏
✅ সুপ্ৰভাত বন্ধু সকল ☕☕
☕☕
✅ ভাৰতীয় নাগৰিক হিচাপে মই মোৰ দায়িত্ব পালন কৰিলোঁ।
✅ আপোনালোকেও কৰক
✅ মোৰ Vote মোৰ অধিকাৰ 💪💪.

08/04/2026

Address

Darrang

Telephone

+917002475389

Website

Alerts

Be the first to know and let us send you an email when Bhuban Tanti posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Bhuban Tanti:

Shortcuts

Share