18/09/2026
যোৱা ১৭ ছেপ্টেম্বৰ আমাৰ ভাৰতৰ প্ৰতিজন দেশপ্ৰেমী নাগৰিকৰ বাবে এক বিশেষ দিন আছিল। যোৱা কালি আছিল আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মজয়ন্তী।
এই পৱিত্ৰ জন্মজয়ন্তী উপলক্ষে মই আৰু মোৰ সতীৰ্থসকলৰ লগতে হালকুৰা মণ্ডলৰ প্ৰতিজন কাৰ্যকৰ্তাৰ উপস্থিতিত জিনকাটাস্থিত নৱশত্ৰত বন্তি প্ৰজ্বলন কৰি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু দেশসেৱাৰ বাবে শুভকামনা জ্ঞাপন কৰোঁ।
তেখেতৰ নেতৃত্বত আমাৰ দেশ অধিক শক্তিশালী আৰু সমৃদ্ধিশালী হওক—এয়াই আমাৰ আন্তৰিক কামনা।