Office of Himanta Biswa Sarma

Website

Office of Himanta Biswa Sarma Office of Dr. Himanta Biswa Sarma, Chief Minister of Assam
(1)

09/10/2026

মুখ্যমন্ত্ৰীৰ হাতেৰে 'মুহ মীঠা' !

নগাঁৱৰ লোকসভা আসন জয়ৰ পাছতে সকলোকে নিজ হাতেৰে লাড্ডু খুৱালে ড° হিমন্ত বিশ্ব শৰ্মাই


09/10/2026

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বশিষ্ঠস্থিত বিজেপিৰ কাৰ্যালয়ত আনন্দৰ বন্যা -

নগাঁৱৰ অভূতপূৰ্ব জয়ৰ পাছতে ফটকা আতচবাজীৰে আবতৰীয়া দীপাৱলী


09/10/2026

Nagaon Done Bro !

নগাঁৱত বিজেপি মিত্ৰজোঁ‌টৰ বিজয় নিশ্চিত হোৱাৰ পাছতেই ভাইৰেল হৈছে এই ভিডিঅ’ -


08/10/2026

সামাজিক মাধ্যমত ভাইৰেল বিশেষ এটি ভিডিঅ’ -

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এটা সংগঠন সন্দৰ্ভত কৰা মন্তব্যকো সামৰি সম্পাদনা কৰা ভিডিঅ’টিয়ে বহুতক দিছে বিনোদনৰ খোৰাক -

08/10/2026

অসমৰ ৰে'ল সংযোগত নতুন গতি 🚆

ডিব্ৰুগড় টাউনলৈ সম্পন্ন হ'ল বৈদ্যুতিক ৰে'ল ইঞ্জিনৰ সফল পৰীক্ষামূলক চলাচল - উন্নত ৰে'ল সংযোগৰ দিশত অসমৰ বাবে এক উল্লেখযোগ্য অগ্ৰগতিৰ সম্ভাৱনা ..

05/10/2026

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কালিৰ দেওবাৰটো -

04/10/2026

ভাগিনৰ আবদাৰ প্ৰিয় মামালৈ - iPhone এটা দিয়ক 📱

04/10/2026

'মামা, এইবাৰ মামীক লৈ আহিব লাগিব কিন্তু' - ভাগিনৰ খাটনি

Address

Lok Sewa Bhawan
Dispur
781006

Alerts

Be the first to know and let us send you an email when Office of Himanta Biswa Sarma posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share