Animal Husbandry and Veterinary Department, Assam

Directions Website

Animal Husbandry and Veterinary Department, Assam Directorate of Animal Husbandry & Veterinary is one of the major departments under Govt. of Assam
(1)

05/09/2026
The Hon’ble Minister, Animal Husbandry & Veterinary Department, Assam, Smt. Nilima Devi, graced the 4th Annual Mithun Da...
05/09/2026

The Hon’ble Minister, Animal Husbandry & Veterinary Department, Assam, Smt. Nilima Devi, graced the 4th Annual Mithun Day Celebration as the Chief Guest at the District Library Auditorium, Haflong, Dima Hasao. The event highlighted the cultural heritage, traditional significance and livelihood importance of Mithun, with emphasis on its conservation and promotion for the socio-economic development of hill communities.

Dist. level awareness meeting on AI in Bongaigaon dist
05/09/2026

Dist. level awareness meeting on AI in Bongaigaon dist

আত্মনিৰ্ভৰশীল অসমৰ দিশে এখোজ..... 🐔🌱কৃষি আৰু পশুপালনভিত্তিক গ্ৰাম্য অৰ্থনীতিক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কুকুৰা পোহপাল...
03/09/2026

আত্মনিৰ্ভৰশীল অসমৰ দিশে এখোজ..... 🐔🌱

কৃষি আৰু পশুপালনভিত্তিক গ্ৰাম্য অৰ্থনীতিক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কুকুৰা পোহপালনৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ বাছি লোৱা বহুকেইগৰাকীক উন্নত মানদণ্ডৰ কুকুৰাৰ পোৱালীৰ লগতে কুকুৰা পোহপালনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰোঁ।

এই পদক্ষেপে কেৱল ব্যক্তিগত স্বাৱলম্বিতাৰ পথ সুগম কৰাই নহয়, বহু পৰিয়ালৰ অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰতো এক ইতিবাচক ভূমিকা পালন কৰিব বুলি আমি আশাবাদী।

📌মংগলদৈ,ৰঙামাটি

The Hon’ble Minister, Ms Nilima Devi, Animal Husbandry & Veterinary Department, Assam, Ms Nilima Devi held an important ...
03/09/2026

The Hon’ble Minister, Ms Nilima Devi, Animal Husbandry & Veterinary Department, Assam, Ms Nilima Devi held an important discussion with Hon’ble public representatives of the Dima Hasao Autonomous Council, departmental officials and senior citizens. Key issues relating to developmental projects, public welfare schemes and the growth of the animal husbandry sector were reviewed, with emphasis on improving livelihoods and ensuring effective delivery of benefits to the people, especially in the hilly district.
📍 Circuit House, Dima Hasao

03/09/2026

RECRUITMENT NOTICE

Recruitment to the Post of Veterinary Field Assistant (VFA) and Other Allied Posts

Eligible candidates are invited to submit their applications for recruitment to the post of Veterinary Field Assistant (VFA) and other Allied Posts under the Department.

Link provided in the official websites of Animal Husbandry and Veterinary Department, Assam and directorate of ah & veterinary department, assam.

Click here to apply / upload your application.

"দুগ্ধ খণ্ডৰ সৰ্বাংগীণ বিকাশৰ দিশত অসম চৰকাৰৰ দৃঢ় পদক্ষেপ"মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত আ...
31/08/2026

"দুগ্ধ খণ্ডৰ সৰ্বাংগীণ বিকাশৰ দিশত অসম চৰকাৰৰ দৃঢ় পদক্ষেপ"

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত আজি ৰাজ্যৰ দুগ্ধ খণ্ডৰ এক বিস্তৃত পৰ্যালোচনা কৰি দুগ্ধ উৎপাদন বৃদ্ধি, প্ৰক্ৰিয়াকৰণ ব্যৱস্থা উন্নত কৰা আৰু সমবায় খণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৫ বছৰীয়া সুপৰিকল্পিত কাৰ্যপন্থা নিৰ্ধাৰণ কৰে।

বিভাগীয় বিষয়ববীয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰী মহোদয়ে পশুপালন খণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে বিভাগৰ খালী পদসমূহ শীঘ্ৰে পূৰণ,ৰাজ্যজুৰি পশুধনৰ জৰীপ আৰু উন্নত ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।বিশেষকৈ মহিলা নেতৃত্বাধীন সমবায়ৰ জৰিয়তে অসমৰ থলুৱা ‘লখিমী’ জাতৰ গৰুৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি গ্ৰাম্য অৰ্থনীতিৰ সৈতে পশুপালন খণ্ডক অধিক সংযুক্ত কৰাৰ দিশতো গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে।

এই সুদূৰপ্ৰসাৰী পদক্ষেপসমূহে অসমৰ দুগ্ধ খণ্ডক অধিক আত্মনিৰ্ভৰ, উৎপাদনমুখী আৰু শক্তিশালী কৰি তুলিব।

Address

Directorate Of A. H. & Veterinary Department
Guwahati
781003

Alerts

Be the first to know and let us send you an email when Animal Husbandry and Veterinary Department, Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share