31/01/2026
Pranab Jyoti Chetia FC
Human Rights Activist #assam
প্ৰাক্তন সচিব প্ৰধান মানৱ অধিকাৰ সংগ্রাম সমিতি । General secretary JDA
31/01/2026
24/11/2025
মোগলৰ আক্ৰমণৰ পৰা অসম ভূখণ্ডক স্বধীন কৰি ৰাখিবলৈ সক্ষম হোৱা মহান বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তীত #শ্ৰদ্ধাঞ্জলি নিবেদিলোঁ 🙏 আজি গুৱাহাটী লাচিত সংঘৰ সৌজন্যত আয়োজন কৰা লাচিত দিৱসত উপস্থিত থাকো |
19/11/2025
📌 খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ নোহোৱা কৰাৰ প্ৰস্তুতি বিজেপিৰ । দুদিনৰ বাবে অসমলৈ অহা বহিঃৰাজ্যৰ লোকেও অসমত ২০২৬ ত ভোটদান কৰিব পাৰিব । বিজেপি চৰকাৰৰ অসমৰ #খিলঞ্জীয়াৰ ভৱিষ্যত সম্পূৰ্ণ ৰূপে ধংস কৰাৰ পৰিকল্পনা কৰিছে । জাতিটোক ভালপোৱা সকলোৱেই এই সিদ্ধান্তৰ বিৰধিতা কৰক । এইবাৰ বিজেপিৰ #পৰিভ্ৰমী ভোটাৰেই শেষ ভৰষা ।
https://www.facebook.com/share/v/16WbB4JTuZ/?mibextid=adiEgM
07/11/2025
📌 ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ অসমকন্যা #উমা চেত্ৰীৰ সফলতাই অসমৰ নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিব ৷ বিশ্বকাপ বিজয়ী উমা চেত্ৰীক লৈ আমি গৌৰৱান্বিত ৷ বিশ্বকাপ জয়ী টীম ইণ্ডিয়াৰ অন্যতম অংশীদাৰ উমা চেত্ৰীৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখা থাকিব ৷
05/11/2025
সুধাকণ্ঠ ড° #ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ I
আমি অসমীয়া নহও দুখীয়া বুলি সান্তনা লভিলে নহ'ব.. । আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব... ।
19/10/2025
আজি এমাহ হল.... তেওঁৰ বাবে ন্যায় বিচাৰি গোটেই জাতি উজাগৰে কটোৱা এমাহ হল... ৷
18/10/2025
সকলোলৈকে অসমীয়াৰ বাপতিসাহোন কাতি বিহুৰ ওলগ, শুভেচ্ছা যাচিলোঁ ।
#কাতিবিহু
17/10/2025
📌 ৰাইজৰ দায়িত্ব কমিল দেই ...@ #বিজেপিৰ নিজৰ চৰকাৰ থাকোতে এইবোৰ কিহৰ বাটৰ নাট আৰম্ভ কৰিব খুজিছে ??
