IWAI Assam

IWAI Assam

Share

Official Page of IWAI Regional Office, Guwahati

24/03/2026

Tug MV Trishul, along with barges Ajay and Dikhu, has successfully reaches Pandu port, Guwahati, from Kolkata via Indo-Bangladesh protocol route.The Cargo Vessel consignment included bulk granulated blast furnace slag.This marking another milestone in efficient and sustainable inland waterway logistics via NW 2 river Brahmaputra.

Ministry of Ports, Shipping and Waterways
Inland Waterways Authority of India

14/03/2026

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী যুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি শুভ উদ্বোধন কৰা পাণ্ডু বন্দৰৰপৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথ কৰিড’ৰটো আজি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ পৰিবহণ মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই পৰিদৰ্শন কৰে। প্ৰায় ১৮০ কোটি টকা ব্যয়েৰে নিৰ্মিত এই প্ৰকল্পই পাণ্ডু বন্দৰৰ সৈতে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ অধিক শক্তিশালী কৰি মালবাহী পৰিবহণৰ গতি ত্বৰান্বিত কৰিব। এই পদক্ষেপে নদীকেন্দ্ৰিক পৰিবহণ ব্যৱস্থাৰ উন্নয়ন সাধন কৰাৰ লগতে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্যিক সম্ভাৱনাক এক নতুন গতি প্ৰদান কৰিব।
Sarbananda Sonowal
Ministry of Ports, Shipping and Waterways
Ministry of Tourism, Government of India
Inland Waterways Authority of India

Photos from IWAI Assam's post 14/03/2026

ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত অন্তৰ্দেশীয় জলপথ আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰায় ₹৫২৬ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প গুৱাহাটীৰ খানাপাৰাস্থিত জ্যৌতি-বিষ্ণু কলা কেন্দ্ৰৰ পৰা ভাৰ্চুৱেলি (Vertualy) উদ্বোধন তথা শিলান্যাস কৰে আৰু ইয়াৰ লগত সংগতি ৰাখি পাণ্ডু বন্দৰ চৌহদত অনুষ্ঠিত অনুস্থানত ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণ (IWAI)ৰ বিষয়ববীয়া সকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ দ্বাৰা ব্ৰহ্মপুত্ৰ নদীৰে দেশৰ অন্যান্য প্ৰান্তৰ লগত নদীপথেৰে যোগাযোগ ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰাৰ লগতে পৰ্যটন খণ্ডকো এক নতুন গতি প্ৰদান কৰিব।
Narendra Modi
PMO India
MyGovIndia
Sarbananda Sonowal
Ministry of Ports, Shipping and Waterways Ministry of Tourism, Government of India
Ministry of Development of North Eastern Region, Government of India
Inland Waterways Authority of India

Photos from IWAI Assam's post 13/03/2026

অন্তৰ্দেশীয় জলপথ খণ্ডৰ বিকাশৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণ(IWAI)ৰ উদ্যোগত ডিব্ৰুগড়ৰ বগীবিলত ১৮৮ কোটি টকা ব্যয়েৰে আঞ্চলিক উৎকৃষ্টতা কেন্দ্ৰ (RCoE)ৰ স্থাপন কৰা হ’ব। এই আধুনিক আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰটোৱে জাহাজ পৰিচালনা, লজিষ্টিকছ, মেৰিন ইঞ্জিনিয়াৰিং আৰু নেভিগেচন আদি ক্ষেত্ৰত দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ লগতে উত্তৰ-পূব ভাৰতৰ যুৱ সমাজৰ বাবে নতুন কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।
দেশৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ খানাপাৰাস্থিত জ্যৌতি-বিষ্ণু কলা কেন্দ্ৰৰ পৰা ভাৰ্চুৱেলি(Vertualy) এই কেন্দ্ৰটোৰ ভূমি পূজন সম্পাদন কৰে আৰু ইয়াৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ বগিবিল বন্দৰ চৌহদত অনুষ্ঠিত অনুস্থানত খোৱাং বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী যুত চক্ৰধৰ গগৈ ডাঙৰীয়া, ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ শ্ৰী যুত চৈকত পাত্ৰ ডাঙৰীয়া, ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীযুতা পুষ্পাঞ্জলি সোণোৱাল ডাঙৰীয়ানী,উপ-সভানেত্ৰী শ্ৰী যুতা সুমন মেচ দিহিঙীয়া ডাঙৰীয়ানী, ডিব্ৰুগড় ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া ডাঙৰীয়া, ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ বিষয়ববীয়াসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
PMO India
MyGovIndia
Sarbananda Sonowal
Ministry of Ports, Shipping and Waterways
Inland Waterways Authority of India
Ministry of Tourism, Government of India

13/03/2026

আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত অন্তৰ্দেশীয় জলপথ আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰায় ₹৫২৬ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন তথা শিলান্যাস কৰিব।
এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ দ্বাৰা ব্ৰহ্মপুত্ৰ নদীৰে দেশৰ অন্যান্য প্ৰান্তৰ লগত নদীপথেৰে যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে পৰ্যটন আৰু লজিষ্টিক খণ্ডকো এক নতুন গতি প্ৰদান কৰিব।
📍 গুৱাহাটী, অসম
🗓️ ১৩ মাৰ্চ, ২০২৬
Narendra Modi
PMO India
MyGovIndia
Ministry of Ports, Shipping and Waterways
Ministry of Tourism, Government of India
Ministry of Development of North Eastern Region, Government of India
Sarbananda Sonowal
Shantanu Thakur
Inland Waterways Authority of India

13/03/2026

অসমৰ প্ৰগতিৰ ত্বৰান্বিতকৰণ, ব্ৰহ্মপুত্ৰৰ সুযোগ-সম্ভাৱনাৰ সশক্তিকৰণ...

আজি গুৱাহাটীৰপৰা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৫২৬ কোটি টকাৰ সামুদ্ৰিক আৰু অভ্যন্তৰীণ জলপথ প্ৰকল্প দেশবাসীৰ বাবে উৎসৰ্গা কৰিব।

সমগ্ৰ অনুষ্ঠান চাব পাৰিব লাইভযোগে...

Photos from IWAI Assam's post 05/03/2026

A historic step for inland waterways in Assam!
Union Minister for Ports, Shipping and Waterways, Sri Sarbananda Sonowal laid the foundation stones for four River Lighthouses along the Brahmaputra River at a ceremony held today at Lachit Ghat, Guwahati.
This pioneering initiative marks the first-ever establishment of lighthouse infrastructure on an inland waterway in India, strengthening navigational safety as well as boosting the development of Tourism sector.

অসমৰ জল পৰিবহণ খণ্ডৰ বাবে এক ঐতিহাসিক পদক্ষেপ!
বন্দৰ, জাহাজ আৰু জলপথ পৰিবহণ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আজি গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত এক অনুষ্ঠানত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত চাৰিটা "নদী লাইটহাউছ" স্থাপনৰ আধাৰশিলা স্থাপন কৰে। ভাৰতবৰ্ষত পোনপ্ৰথম বাবে অন্তৰ্দেশীয় জলপথত লাইটহাউছ স্থাপনৰ সূচনা হয়, ইয়াৰ জৰিয়তে নদী পথত নৌ-চলাচলৰ সুৰক্ষা বৃদ্ধি পোৱাৰ লগতে পৰ্যটনৰ ক্ষেত্ৰখনতো এক নতুন অধ্যায় সূচনা হ’ব।

असम में अंतर्देशीय जलमार्ग विकास की दिशा में एक ऐतिहासिक पहल!
केंद्रीय बंदरगाह, पोत परिवहन और जलमार्ग मंत्री सर्बानंद सोनोवाल ने आज गुवाहाटी के लाचित घाट में आयोजित एक कार्यक्रम में ब्रह्मपुत्र नदी के किनारे चार रिवर लाइटहाउस के निर्माण की आधारशिला रखी। भारत में पहली बार किसी अंतर्देशीय जलमार्ग पर यह परियोजना अवसंरचना की स्थापना किया जा रहा है जो नदी मार्गों पर नौवहन सुरक्षा को सुदृढ़ करने के साथ-साथ पर्यटन के क्षेत्र में भी नई गति प्रदान करेगी।
Sarbananda Sonowal
Ministry of Ports, Shipping and Waterways
Inland Waterways Authority of India
Ministry of Tourism, Government of India
Jayanta Mallabaruah






Laying of Foundation Stone for River Lighthouses on NW-2 in Assam 05/03/2026

🔴 LIVE Broadcast of the Foundation Stone Laying Ceremony for River Lighthouses on National Waterways -2 (River Brahmaputra) by Union Minister Ministry of Ports, Shipping and Waterways Sarbananda Sonowal.

📍Lachit Ghat, Guwahati, Assam

https://www.youtube.com/live/0P9qjLR5Y6M?si=8yzgQkYWo9lpt3MX&fbclid=IwZXh0bgNhZW0CMTEAc3J0YwZhcHBfaWQMMzUwNjg1NTMxNzI4AAEeSuefqZN6YM-yRMQJ1VedSgRQ8Wi9Y-e8Ad6vX3dT3-5NxdJAzEpYvIZNrMg_aem_N5h9qKjoJZ9TRVJ2wvziuw&sfnsn=wiwspwa

Inland Waterways Authority of India





🔗

Laying of Foundation Stone for River Lighthouses on NW-2 in Assam Watch LIVE from📍Lachit Ghat, Guwahati🗓️ March 5, 2026⏱️ 12 NoonFollow IWAI on:YouTube: https://www.youtube.com/: https://x.com/IWAI_ShipMinFa...

Photos from IWAI Assam's post 02/03/2026

Joint 1st weekly survey of the Bhanga–Badarpur stretch of NW-16 for March 2026 successfully conducted today.
The survey aims to ensure safe, smooth, and efficient navigation along National Waterway 16, reinforcing IWAI’s commitment to strengthening inland water transport infrastructure in the region.

Ministry of Ports, Shipping and Waterways
Inland Waterways Authority of India

27/02/2026

ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণ IWAI Assam ৰ বাবে আজিৰ দিনটো ঐতিহাসিক। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ পৰিবহণ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কৰকমলেৰে ডিব্ৰুগড়ত পুনঃ নৱীকৃত "ঐতিহ্যবাহী ভৱন" ৰ শুভ উদ্বোধন সম্পন্ন হয়।
ঐতিহ্য সংৰক্ষণ আৰু আধুনিক অন্তৰ্দেশীয় জলপথৰ সমন্বয়ৰ এই পদক্ষেপে (ৰাষ্ট্ৰীয় জলপথ ২) ব্ৰহ্মপুত্ৰক অধিক শক্তিশালী আৰু কাৰ্যক্ষম কৰাৰ লগতে নদী পৰ্যটনৰ ক্ষেত্ৰখনত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব।
Sarbananda Sonowal
Ministry of Ports, Shipping and Waterways
Inland Waterways Authority of India
Ministry of Tourism, Government of India



Photos from IWAI Assam's post 27/02/2026

আজি ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ পৰিবহণ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰৰ পৰা ব্ৰহ্মপুত্ৰ নদী (ৰাষ্ট্ৰীয় জলপথ ২) ত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰে ইয়াৰ ভিতৰত ডিব্ৰুগড়ৰ বগীবিল আৰু ধুবুৰী নদী বন্দৰ চৌহদত আধুনিক কাষ্টমছ-ইমিগ্ৰেচন কাৰ্যালয় ভৱন উদ্বোধন,ডিব্ৰুগড়ত ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ ঐতিহাসিক ভৱনৰ পুনঃ নৱীকৰণ।

A new era in India’s Inland waterways is revitalizing our rivers. Major inland waterway projects were inaugurated today by Union Minister for Ministry of Ports, Shipping and Waterways Sri Sarbananda Sonowal on the Brahmaputra (NW-2) at Dibrugarh.
The modern Customs & Immigration Complexes at Bogibeel and Dhubri, The renovated IWAI Heritage Building preserves Dibrugarh’s legacy while promoting river tourism and local economic growth.

Inland Waterways Authority of India

Inauguration of IWAI infra projects on NW 2 | Dibrugarh 27/02/2026

A major boost to on -2 River Brahmaputra in with the inauguration of:
✅ Heritage Building, Dibrugarh
✅ Customs & Immigration Complex, Bogibeel
✅ Customs & Immigration Complex, Dhubri

By Union Minister of Ports, Shipping and Waterways Shri Sarbananda Sonowal.

Do join Live

⏰ 2:30 PM onwards

Inauguration of IWAI infra projects on NW 2 | Dibrugarh Official YouTube Channel of Sarbananda Sonowal, Former Chief Minister of Assam and Union Minister of Ports, Shipping and Waterways. Member of Parliament, D...

Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Telephone

Address


Pandu Port
Gauhati
781012