আগবাঢ়িছোঁ এক আশা লৈ
বিশ্ববিদ্যালয়ৰ বাবে কাম কৰাৰ মানস লৈ
বিশ্বাস অলেখ
আপোনাসৱেও যোগ দিব এই শোভাযাত্ৰাত সহযাত্ৰী হৈ
Manjil Saikia - Minor Games Secretary Candidate GU PGSU 2022-23
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Manjil Saikia - Minor Games Secretary Candidate GU PGSU 2022-23, Social service, Gauhati University, Gauhati.
15/10/2022
এই সিদ্ধান্ত সতীৰ্থৰ আহ্বানত,
এই যুঁজ আপোনালোকৰ সাহসত....
এই যাত্ৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামত... গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে.....
আমি একেলগে যাম.. একেলগে কৰিম... একেলগে জিনিম।
জয়তু গুৱাহাটী বিশ্ববিদ্যালয়।
14/10/2022
নমস্কাৰ।
মই মঞ্জিল শইকীয়া। আগন্তুক গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত লঘু ক্ৰীড়া সম্পাদক পদটিৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিভাৰ সমাহাৰ। অজস্ৰ সম্ভাৱনা আছে প্ৰতিটো চুকে কোণে। এই সম্ভাৱনাসমূহৰ প্ৰয়োজনীয় সা-সুবিধা আৰু ব্যৱস্থাপনাৰ বাবে সকলোৰে সহযোগিতাৰ প্ৰয়োজন। একেলগে আমি থিয় দিম।
একেলগে সফলতাৰ দিগন্ত চুমিম।
সকলোৰে গঠনমূলক দিহা পৰামৰ্শ আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।
Click here to claim your Sponsored Listing.
Location
Category
Culinary Team
Attire
Website
Address
Gauhati
