Jagiroad College NSUI Unit

Jagiroad College NSUI Unit

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jagiroad College NSUI Unit, Political organisation, Jagiroad, Gauhati.

Photos from NSUI Assam's post 30/04/2024
Photos from Jagiroad College NSUI Unit's post 09/08/2023

আজি ৯/০৮/২০২৩ তাৰিখে বিশ্ববিদ্যালয় মুখ্যদ্বাৰৰ সম্মুখত বছৰি দুই লাখ টকা আয়তকৈ কম পৰিয়ালৰ ল'ৰা-ছোৱালীৰ বিনামূলীয়া নামভৰ্তিৰ সিদ্ধান্ত উঠাই লোৱাৰ প্ৰতিবাদত চৰকাৰৰ বিৰুদ্ধে বিশ্ববিদ্যালয় NSUI গোটৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় । এই প্ৰতিবাদত দল মত নিৰ্বিশেষে দলীয় আদৰ্শৰ উৰ্ধট থাকি সাধাৰণ ছাত্ৰ ছাত্ৰীয়েও অংশগ্ৰহণ কৰে । আমাৰ দাবী লাখৰ ঘৰত হিতাধিকাৰী সৃষ্টি কৰা , বাবা ৰামদেৱক পাম খেতিৰ বাবে মাটি দিব পৰা চৰকাৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত থলুৱা ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি বিনামুলীয়া কৰক । ১৬-১৭ বছৰ বয়সত মেট্ৰিক পৰীক্ষাৰ নামত ৰঙা স্কুটি দি চমক সৃষ্টি কৰিব খোজা চৰকাৰ খনে উচ্চ শিক্ষাৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰক ।
NSUI Guwahati University UNIT 2023-24
Bhupen Borah
Gaurav Gogoi
Rakib Hossain
Indian National Congress
NSUI Assam

04/08/2023

উচ্চতম ন্যায়ালয়ে মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱা শ্ৰী ৰাহুল গান্ধী ডাঙৰীয়াৰ ৰায়ৰ স্থগিতাদেশ দিয়াৰ লগতে সাংসদ পদ বাহাল ৰাখে। শীৰ্ষ ন্যায়ালয়ে উল্লেখ কৰে, বিচাৰ কৰ্তৃপক্ষই সৰ্বাধিক দুবছৰৰ শাস্তি দিয়াৰ কোনো কাৰণ দিয়া হোৱা নাছিল। তদুপৰি উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে,
অযোগ্যতাই কেৱল গান্ধীকে নহয়, তেওঁৰ সমষ্টিৰ নিৰ্বাচকমণ্ডলীকো প্ৰভাৱিত কৰে।
National Students' Union of India (नेशनल स्टूडेंट्स यूनियन ऑफ इंडिया)
Indian National Congress
Bhupen Borah

11/07/2023

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষা অৰ্থাৎ DUPGET ৰ সকলোধৰণৰ সহায়ৰ বাবে আমি সদায় প্ৰস্তুত ।
NSUI Assam
Krishanu Baruah

31/05/2023

The Notification has been out up....feel free to contact us for any kind of help

NSUI Assam Matiur Rahman Raja Arabinda Kalita Shibanta Saren RitaSmita Das

31/05/2023

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত সংঘটিত কেইবাটাও দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয় NSUI গোটৰ তৰফৰপৰা জালুকবাৰী আৰক্ষী থানাৰ যান-বাহন শাখাৰ উপ-পৰিদৰ্শক শ্ৰী ৰাতুল দাস ডাঙৰীয়াক সাক্ষাৎ কৰি গুঃবি ৰ দুয়োখন গেটৰ সমীপত গাড়ীৰ গতিবেগ হ্ৰাস কৰা তথা বেৰিকেডৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাওঁ ৷ ইয়াৰোপৰি স্হায়ীভাৱে একোজনকৈ আৰক্ষী জোৱান নিয়োগ কৰা ব্যৱস্হা কৰিবলৈ আহ্বান জনাওঁ ৷ এই ক্ষেত্ৰত তেখেতে ধনাত্মক সহাঁৰি জনায় ৷৷ তেখেতলৈ আন্তৰিক ধন্যবাদ জনাইছো ৷৷

NSUI Assam
Bhupen Borah
Gaurav Gogoi

Rakibul Hussain

31/05/2023

We are Ready to help you, regarding your problems faced by you students.
Fell Free To Call, We are 24*7 open .
1) Admission Issues.
2) Results Issues.
3)Hostel Allotment status.
4)PG/RENT inquiries.

Thank You 👍
Team
Gauhati University NSUI.

NSUI Assam
Anushesh Sharma
Krishanu Baruah

Photos from Jagiroad College NSUI Unit's post 07/04/2023

পবিত্ৰ ৰমজান মাহ উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয় NSUI গোটৰ তৰফৰ পৰা আজি সমূহীয়া ইফটাৰ পাৰ্টী আয়োজন কৰা হয় । পবিত্ৰ ৰমজান মাহে সকলোৰে মাজত ভাতৃত্ববোধ গঢ়ি তোলক |
NSUI Assam
Gaurav Gogoi
NSUI Guwahati University UNIT 2023-24 Krishanu Baruah

Photos from Jagiroad College NSUI Unit's post 13/03/2023

সঘনাই মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল। আকৌ আজি হবলগীয়া বিজ্ঞান পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ সম্ভেদ পাই পৰীক্ষা বাতিল কৰিবলগীয়া হল SEBA কতৃপক্ষই। অপদাৰ্থ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু SEBA কতৃপক্ষই কিয় বাৰে বাৰে ছাত্ৰ ছাত্ৰী সকলৰ জীৱনকলৈ হেতালি খেলি আছে। বছৰত এটা পৰীক্ষা আয়োজন কৰা SEBAই কিয় প্ৰশ্নকাকত ফাদিল ৰোধ কৰিব পৰা নাই। ছেৱাত সংস্কৰণ খুবেই প্ৰয়োজন হৈছে। মন্ত্ৰী বিধায়কৰ লৰা-ছোৱালীক SEBA ত নপঢ়াই, CBSE তহে পঢ়াই। তাৰবাবে ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰা নাই। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ অপসাৰণ আৰু প্ৰশ্ন কাকত ফাদিলৰ সমস্ত বিষয়টো তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰাৰ বাবে আজি ছেৱাৰ কাৰ্যালয়ত অসম ৰাজ্যিক এন.এছ.ইউ.আইৰ উদ্যোগত আমৰণ অনশনৰ কাৰ্যসূচী হাতত লোৱা হৈছে।

NSUI Assam

08/02/2023

Gauhati University NSUI in Collaboration with Parthona Orthopaedic and Super speciality Hospital Organised a Free Health Check Up Camp in University Student Day Home On 11 February 2023.

NSUI Assam
NSUI Guwahati University UNIT 2023-24

23/11/2022

The Yatra isn't the last one.



Bharat Jodo

Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Culinary Team

Attire

Address


Jagiroad
Gauhati
782410