BJP Jamduar Mandal Yuba Morcha

BJP Jamduar Mandal Yuba Morcha

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJP Jamduar Mandal Yuba Morcha, Political organisation, Gauhati.

05/11/2024
14/04/2024

অসমীয়া জাতিৰ আয়ুসৰেখা ব’হাগৰ পৰশে ৰঙীয়াল, সতেজ কৰক সকলোৰে মন-প্ৰাণ। প্ৰগতিৰ দিশেৰে অসমখনিক আগুৱাই নিবলৈ সকলোৱে টঙালি বান্ধি একতাৰ বিহু এফাঁকি গাওঁ আহক…

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ তৰফৰ পৰা বিহুৰ ওলগ যাচিলোঁ।

14/04/2024

কোকৰাঝাৰ জিলা যুৱ মৰ্চাৰ তৰফৰপৰা ৰঙালী বিহু আৰু নব বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ......🙏🙏🙏🙏🙏🙏🙏 ভাৰত মাতা কী জয় 🚩🚩🚩🚩🙏🙏🙏🙏

08/04/2024

কাইলৈ অসমৰ লখিমপুৰ লোকসভা সমষ্টিত এখন বিশাল জনসভা সম্বোধন কৰাৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়াত এক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিম। মাননীয় মোদীজীৰ ৪০০ পাৰ কৰাৰ লক্ষ্যত উপনীত হ’বলৈ অসম সাজু হৈ উঠিছে। ৰাজ্যখনৰ স্পন্দনশীল জনতাক লগ পাবলৈ উদগ্ৰীৱ হৈ আছোঁ। ভাৰত মাতা কী জয় 🙏🙏🙏🙏🙏

29/02/2024

BJYM
Kokorajhar
2024 Mission 3.0

12/02/2024

সুদক্ষ , বিচক্ষণ , যুৱ নেতা তথা ভাৰতীয় জনতা যুৱ মৰ্চা,অসম প্ৰদেশৰ মাননীয় সভাপতি @⁨Shidhanku Ankur Dada BJYM Stete President⁩ ডাঙৰীয়াক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷
অতি বিচক্ষণতাৰে যুৱ মৰ্চাক অন্য এক পৰ্যায়লৈ আগুৱাই নিয়া সভাপতি ডাঙৰীয়াক ৰাষ্ট্ৰ তথা ৰাইজৰ হকে কাম কৰি যাবলৈ মা কামাখ্যাই যাতে অধিক শক্তি প্ৰদান কৰে তাৰেই কামনা কৰিলোঁ ।

Photos from Reo Reoa Narzihary's post 27/12/2023
Photos from BJYM Kokrajhar's post 27/12/2023
Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Culinary Team

Attire

Website

Address

Gauhati