All Assam Swachh Bharat Mission - Urban Employees

All Assam Swachh Bharat Mission - Urban Employees

Share

Official page of All Assam Swachh Bharat Mission - Urban Employees, dedicated to urban sanitation, waste management, and sustainability.

Committed to a cleaner and healthier Assam under SBM-U.

Photos from All Assam Swachh Bharat Mission - Urban Employees's post 01/02/2026

Respected Honorable Chief Minister Sir,
On the auspicious occasion of your birthday, we, the City Project Officers under Swachh Bharat Mission (Urban), Assam, under the Department of Housing and Urban Affairs, Government of Assam, extend our sincerest greetings and warmest wishes to you.
Your visionary leadership, dynamic governance, and unwavering commitment towards the development of Assam—especially in the areas of urban sanitation, cleanliness, and public welfare—continue to inspire us in our duties at the grassroots level. We pray for your good health, long life, and continued strength to lead the state towards greater progress and prosperity.
Happy Birthday, Sir.
May you continue to guide Assam with wisdom and dedication.
With highest regards,
City Project Officers (CPOs)
Swachh Bharat Mission – Urban Assam
Department of Housing and Urban Affairs
Government of Assam
Himanta Biswa Sarma
CMO Assam
Connect Chief Minister, Assam
Jayanta Mallabaruah
Swachh Bharat Mission Urban, Assam
All Assam Swachh Bharat Mission - Urban Employees

Photos from All Assam Swachh Bharat Mission - Urban Employees's post 22/02/2025

আজি ইং ২২ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্লবৰুৱা দেৱক
স্বচ্ছ‌ ভাৰত অভিযান - নগৰাঞ্চল, অসমৰ কৰ্মচাৰী সকলে তেখেতৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰে।

এই সাক্ষাৎকালত মন্ত্ৰী মহোদয়ক সম্বৰ্ধনা জনোৱাৰ লগতে নগৰ সমূহৰ উন্নয়ন সম্পৰ্কীয় বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা হয়। পৰৱৰ্তী সময়ত স্বচ্ছ ভাৰত অভিযান নগৰীয়া, অসমৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনাত মিলিত হব বুলি সন্মানীয় মন্ত্ৰী গৰাকীয়ে কৰ্মচাৰী সকলক জনায়।

অতি ব্যস্ততাৰ মাজতো মন্ত্ৰী মহোদয়ে স্বচ্ছ‌ ভাৰত অভিযান - নগৰাঞ্চলৰ কৰ্মচাৰী সকলক তেখেতৰ বহুমূলীয়া সময় দিয়াৰ বাবে মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো।🙏🙏
Himanta Biswa Sarma
Jayanta Mallabaruah
Swachh Bharat Mission Urban, Assam
All Assam Swachh Bharat Mission - Urban Employees
Highlight

08/01/2025

It is with deep sorrow that we share the news of the passing of our colleague, Narendra Nath Thakur, City Project Officer under Swachh Bharat Mission - Urban Assam, Lumding Municipal Board. He had been hospitalized for the past few days and left for his heavenly abode today.

His contribution to the Swachh Bharat Mission and his commitment to service will always be remembered and cherished.

On behalf of all City Project Officers under Swachh Bharat Mission - Urban Assam, we extend our heartfelt condolences to his family, friends, and colleagues during this difficult time. May his soul rest in eternal peace, and may his family find strength and solace in the love and support of those around them.

Om Shanti.

Swachh Bharat Mission - Urban
Ministry of Housing and Urban Affairs
Manohar Lal
Tokhan Sahu
All Assam City Project Officer, Swachh Bharat Mission Urban Employees
Himanta Biswa Sarma
CMO Assam
Jayanta Mallabaruah
Swachh Bharat Mission Urban, Assam
Highlight

Photos from All Assam Swachh Bharat Mission - Urban Employees's post 15/07/2021

আজি ইং ১৪ জুলাই ২০২১ তাৰিখে অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ সদৌ অসম নগৰ প্ৰকল্প বিষয়া ( স্বচ্ছ‌ ভাৰত অভিযান - নগৰাঞ্চল) সকলে গুৱাহাটী উন্নয়ন আৰু নগৰ উন্নয়ন বিভাগৰ সন্মানীয় মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াক গুৱাহাটী জনতা ভৱনৰ নিজ কাৰ্যালয়ত সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মন্ত্ৰী মহোদয়ক সম্বৰ্ধনা জনোৱাৰ লগতে নগৰ সমূহৰ উন্নয়ন সম্পৰ্কীয় বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা হয়।
অতি ব্যস্ততাৰ মাজতো মন্ত্ৰী মহোদয়ে নগৰ প্ৰকল্প বিষয়া সকলক তেখেতৰ বহুমূলীয়া সময় দিয়াৰ বাবে তেখেতক ধন্যবাদ জনাইছো।🙏🙏
Himanta Biswa Sarma
CMO Assam
Ashok Singhal
Swachh Bharat Mission - Urban
Ministry of Housing and Urban Affairs
PMO India
Narendra Modi
Manohar Lal
Tokhan Sahu
All Assam City Project Officer, Swachh Bharat Mission Urban Employees
Highlight

Photos from All Assam Swachh Bharat Mission - Urban Employees's post 10/07/2021

ক'ভিড- ১৯ নিয়ন্ত্ৰণ তথা টিকাকৰণ অভিযানৰ সহায় হোৱাকৈ আজি ইং ৯ জুলাই ২০২১ তাৰিখে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ অন্তৰ্গত অসম পৌৰ প্ৰশাসন সঞ্চালকালয়ৰদ্বাৰা নিযুক্তি প্ৰাপ্ত সদৌ অসম নগৰ প্ৰকল্প বিষয়া ( স্বচ্ছ‌ ভাৰত অভিযান - নগৰাঞ্চল) সকলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱক সাক্ষাৎ কৰে আৰু ক'ভিদ সাহায্য পূঁজিলৈ ৫০,০০০ টকাৰ এক আৰ্থিক অনুদানৰ লগতে তেখেতলৈ সম্বৰ্ধনা পত্ৰ প্ৰেৰণ কৰে।

অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ চিকিৎসা ব্যৱস্থাৰ আন্তঃগাঁথনি যুদ্ধকালীন ক্ষিপ্ৰতাৰে অধিক শক্তিশালী কৰিবলৈ যিদৰে প্ৰয়াস কৰি আহিছে এনেস্থলত অসম চৰকাৰৰ সামৰ্থ বৃদ্ধি কৰাত আমি সকলোৱে আগবাঢ়ি অহাৰ বিনম্ৰতাৰে অনুৰোধ জনালোঁ ।
Narendra Modi
PMO India
Himanta Biswa Sarma
CMO Assam
Ashok Singhal
Swachh Bharat Mission - Urban
Ministry of Housing and Urban Affairs
All Assam City Project Officer, Swachh Bharat Mission Urban Employees
Manohar Lal
Tokhan Sahu
Highlight

Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Website

Address


Gauhati