Info Assam

Info Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Info Assam, Gauhati.

13/10/2026

During Registration

13/10/2026
13/10/2026

সেৱা সংকল্প অভিযান ২০২৬: ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা

02/10/2026

Joy Zubeenda 🙏

24/09/2026

দুৰ্গা পূজাৰ উপলক্ষে ১৭ অক্টোবৰ, ২০২৬ তাৰিখে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত বন্ধ ঘোষণা কৰা হৈছে

জুবিন দিৱসৰ কিছু স্মৰণীয় মুহূৰ্তপ্ৰাথমিক শিক্ষা সঞ্চালকালয়, অসমৰ জুবিন দিৱস উদযাপনৰ কিছু আলোকচিত্ৰ।
20/09/2026

জুবিন দিৱসৰ কিছু স্মৰণীয় মুহূৰ্ত
প্ৰাথমিক শিক্ষা সঞ্চালকালয়, অসমৰ জুবিন দিৱস উদযাপনৰ কিছু আলোকচিত্ৰ।

20/09/2026

প্ৰাথমিক শিক্ষা সঞ্চালকালয়, অসমত যথাযোগ্য মৰ্যাদা আৰু শ্ৰদ্ধাৰে ‘জুবিন দিৱস’ পালন কৰা হয়।

08/09/2026

ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন

স্থান: সঞ্চালকালয়, প্ৰাথমিক শিক্ষা, অসম, কাহিলীপাৰা, গুৱাহাটী

সঞ্চালকালয়, প্ৰাথমিক শিক্ষা, অসম, কাহিলীপাৰা কাৰ্যালয়ত মহান শিল্পী, সুধাকণ্ঠ, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী যথাযোগ্য মৰ্যাদা আৰু শ্ৰদ্ধাৰে উদযাপন কৰা হয়।

07/09/2026

আজি গুৱাহাটীৰ কাহিলীপাৰাস্থিত প্ৰাথমিক শিক্ষা সঞ্চালকালয় (DEE), অসমৰ সন্মুখত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ SRD শিক্ষকসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Info Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share