Arpita Chakraborty

Arpita Chakraborty

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Arpita Chakraborty, Guwahati Assam Kamrup metropolitan, Gauhati.

13/04/2024
18/02/2024

অসম মটৰ শ্ৰমিক যৌথ মঞ্চৰ আহ্বান মৰ্মে আমাৰ নেপালী মন্দীৰ - সাওঁকুচি টেম্পো চালক সন্থা ফালৰ পৰা কলা বেছ পিন্ধি "Hit and Run Act" ৰ অধীনত যি কলা আইন গৃহীত কৰিছে তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।
এজন চালক ৰূপে (two wheeler) এই আইন মোৰ বাবেও যথেষ্ট হানিকাৰক বুলি অনুভৱ কৰিছো আৰু মোৰ ফালৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ। যদি এই আইন বাতিল কৰা নহয় তেনেহলে অনাগত দিন বোৰত আৰু তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি বদ্ধপৰিকৰ।

18/02/2024

কিছুমান ছাত্ৰই গোটেই বছৰটো পঢ়াশুনা নকৰি পৰীক্ষাৰ আগত আশীষ বিচাৰি ৰাম মন্দিৰতো সেৱা জনাব যায় আকৌ পীৰ বাবাৰ মাঝাৰতো দোৱা বিচাৰি যায় কাৰণ হল পৰীক্ষাত যিকোনো প্ৰকাৰে উত্তীৰ্ণ হব লাগে। সেইসকল ছাত্ৰক কৈছোঁ পঢ়াশুনা কৰক পৰীক্ষাত এনেই পাছ কৰিব, পঢ়াশুনা নকৰিলে এইবোৰ প্ৰকাৰে উত্তিৰ্ণ হব নোৱাৰে।

Award পোৱা দুই গৰাকী ব্যক্তিকে অভিনন্দন জ্ঞাপন কৰিলোঁ, লগতে যিসকলে কৈছে যে এইবোৰ নহয় উপলক্ষে নিৰ্বাচনী প্ৰচাৰ প্ৰভু ৰাম তথা প্ৰভু শ্ৰী মোদীজীয়ে তেওঁলোকক সৎ বুদ্ধি দিয়ক। জয় শ্ৰী ৰাম, জয় জয় শ্ৰী মোদী 🙏🙏

Photos from Dr. Bhaben Choudhury's post 18/02/2024
Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address

Guwahati Assam Kamrup Metropolitan
Gauhati
781037