Prakash Das Fan Club = Hajo-Sualkuchi

Prakash Das Fan Club = Hajo-Sualkuchi

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Prakash Das Fan Club = Hajo-Sualkuchi, Social service, hajo, Gauhati.

৩০ নং হাজো-শুৱালকুছি বিধান সভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী জনপ্ৰিয় শক্তিশালী যুৱনেতা প্ৰকাশ চন্দ্ৰ দাসক আমি হাজো-শুৱালকুছিবাসিয়ে দিছপুৰ বিধান সভাৰ মজিয়াত পঠিয়াবলৈ দৃঢ় সংকল্প লৈছো।

11/05/2026
11/05/2026

সঁচাকৈয়ে মাতৃৰ আশীৰ্বাদ থাকিলে সকলো সম্ভৱ

11/05/2026

Prakash Das

10/05/2026

Prakash Das ❤️❤️✊✊

Photos from Prakash Das Fan Club = Hajo-Sualkuchi's post 10/05/2026

আজি পুৱা দিছপুৰত অগপ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। দলৰ সভাপতি অতুল বৰা দেৱৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (NDA) আগন্তুক কাৰ্যপন্থা আৰু ৰাজ্যৰ স্বাৰ্থজড়িত বিভিন্ন ইছ্যুৰ সন্দৰ্ভত বিতং আলোচনা কৰা হয়।
অসমৰ উন্নয়ন আৰু আঞ্চলিক স্বাৰ্থ সুৰক্ষিত কৰাৰ লক্ষ্যৰে মিত্ৰজোঁটৰ মজিয়াত দলীয় স্থিতি শক্তিশালী কৰিবলৈ আজিৰ এই বৈঠকত বিশেষ ৰণনীতি প্ৰস্তুত কৰা হয়।
Prakash Das
অসম গণ পৰিষদ - Asom Gana Parishad -AGP
অ গ প হাজো

09/05/2026

আমি আশাত আছোঁ।🙏
Prakash Das

09/05/2026

হাজো শুৱালকুছিৰ হিয়াৰ আমঠু অতি সহজ সৰল অমায়িক মাটিৰ মানুহ Prakash Das Zindabad ✊❤️

Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address

Hajo
Gauhati
781102