AXOM Vidyamandir

AXOM Vidyamandir

Share

AXOM VIDYAMANDIR IS A SECONDARY SCHOOL STARTING CLASSES FROM PREPARATORY TO XII LOCATED IN NOONMATI,

21/01/2026

সশ্ৰদ্ধ অভিবাদন গ্ৰহণ কৰিব৷এবুকু আশা,আস্থা আৰু বিশ্বাসৰ প্ৰতিশ্ৰুতিৰে ২০০৮ চনত প্ৰতিস্থা লাভ কৰা অসম বিদ্যামন্দিৰ অহাকালি ২২/০১/২০২৬ ইং তাৰিখে উনৈশতম বৰ্ষত পদাৰ্পণ কৰিব ।উনৈশতম প্ৰতিষ্ঠা দিবসৰ লগত সংগতি ৰাখি এইবছৰ অনুষ্টুপীয়াকৈ বিদ্যালয় প্ৰাংগনত অনুস্থানৰ আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আটাইকে এই অনুস্থানত সহযোগিতা আগবঢ়াই অংশগ্ৰহণৰ বাবে বিনম্ৰতাৰে আমন্ত্ৰণ জনোৱা হ’ল৷

এইছেগতে অসম বিদ্যামন্দিৰৰ এই দীঘলীয়া যাত্ৰাৰ সংগী হোৱা হোৱা সমূহ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰছাত্ৰী,অভিভাৱক আৰু শুভাকাংক্ষীক আন্তৰিক ধন্যবাদ জনোৱা হল৷।।
ধন্যবাদেৰে.....
ড° ৰমেণ চন্দ্ৰ তালুকদাৰ, অধ্যক্ষ
অসম বিদ্যামন্দিৰ
৯৮৫৯১১৮৩৫৭

11/04/2025

অভিনন্দন শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰছাত্ৰীসকল৷

বিয়াগোম শিক্ষানুস্থানৰ লগত ফেৰ মিলাই ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০% উত্তীৰ্ণৰ হাৰেৰে পূৰ্বৰ সফলতাৰ হাৰ অটুত ৰখাৰ বাবে৷

উল্লেখযোগ্য যে আন বিদ্যালয়ত অনুত্তীৰ্ণ হৈ আমাৰ বিদ্যালয়ত ত নামভৰ্তি কৰোৱা দুৰ্বল ছাত্ৰছাত্ৰীসকল সফল কৰাত থকা কষ্টৰ কথা ছাত্ৰছাত্ৰীসকলে সদায়ে স্মৰণ কৰিব৷

Critism rectifies defects and deformities
ধন্যবাদ জনাইছোঁ আমাক সকলোসময়তে সমালোচনা কৰি সহায় কৰা সকলো সমাজ সচেতক ব্যক্তিকে৷

অনুত্তীৰ্ণ ছাত্ৰছাত্ৰী সকললৈ আহ্বান জনাইছোঁ হতাশ নহবা৷এবাৰ আমাৰ ৰ লগত যোগাযোগ কৰা৷নতুনত্বৰে জীৱন জীপাল হব৷

10/02/2025
Photos from AXOM Vidyamandir's post 03/02/2025

সৰস্বতী পূজা ২০২৫

Photos from AXOM Vidyamandir's post 12/04/2024

ৰঙালী বিহু উদযাপন

Photos from AXOM Vidyamandir's post 12/04/2024

অসমীয়াৰ হেপাহৰ ৰঙালী বিহুৰ প্ৰাকক্ষণত অসম বিদ্যামন্দিৰৰ সমূহ শিক্ষক কৰ্মচাৰীক বিহুৱানেৰে শুভকামনা জনোৱা হয়৷ৰঙালীৰ ৰঙেৰে ভৰি পৰক সকলোৰে মন প্ৰাণ৷

26/01/2024

Happy Republic Day

Photos from AXOM Vidyamandir's post 22/01/2024

১৭তম প্ৰতিস্থা দিৱসৰ অনুষ্টুপীয়া অনুস্থানত৷

Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Address


GRC Road
Gauhati
781020