Ujjal Kalita - Minor Games Secretary Candidate GU PGSU 2024-25

Ujjal Kalita - Minor Games Secretary Candidate GU PGSU 2024-25

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ujjal Kalita - Minor Games Secretary Candidate GU PGSU 2024-25, Social service, Gauhati University, Gauhati.

23/09/2024

ক্ৰীড়া ক্ষেত্ৰত জ্বলাই প্ৰগতিৰ শলিতা
আহি আছে উজ্জ্বল কলিতা ।

23/09/2024

"বিশ্ববিদ্যালয়ৰ প্ৰতি ক্ৰীড়া প্ৰতিভাৰ বাট হ' ব সমুজ্জ্বল
আঁত ধৰিবলৈ আগবঢ়াইছো
আহি আছে মৰমৰ উজ্জ্বল"

22/09/2024

জিলিকাই লুইতৰ পাৰ

এন্ধাৰৰ ভেঁটা ভাঙি
লক্ষ্যৰ বান্ধ বান্ধি
আহিছে আমাৰ উজ্বল
পোহৰ বোৰ সিচি।

21/09/2024

"উজ্জীৱনৰ নতুন আশা
ক্ৰীড়াংগনত এইবাৰ উজ্বল কলিতা"

আপোনালোকৰ সহায় সহযোগিতা তথা দিহা পৰামৰ্শ কামনা কৰিলো। আৰ্শীবাদ কৰিব।

Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Category

Culinary Team

Attire

Website

Address

Gauhati University
Gauhati
781014