Arindom Sharma - General Secretary Candidate GU PGSU 2024-25

Arindom Sharma - General Secretary Candidate GU PGSU  2024-25

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Arindom Sharma - General Secretary Candidate GU PGSU 2024-25, Social service, Gauhati University, Gauhati.

24/09/2024

ইয়াৰ আগতে মই কি কৰিছিলোঁ?
তাকৰীয়া সময়, চেষ্টা অব্যাহত থাকিব।
আশা আছে,
আপোনাৰ সহযোগত নিৰাশ নোহোৱাৰ বিশ্বাসো অফুৰন্ত।

23/09/2024

দক্ষতা আৰু নিপুণতা যাৰ ভূষণ
একক অনন্য আমাৰ অৰিন্দম ।

23/09/2024

"দক্ষতা আৰু নিপুণতা যাৰ ভূষণ
একক অনন্য আমাৰ অৰিন্দম"

আপোনালোকৰ সহায় সহযোগিতা তথা গঠনমূলক পৰামৰ্শ কামনা কৰিলো ।

22/09/2024

আৰ্শীবাদ কৰিব 🙏

22/09/2024

"নীতি, ন্যায়ৰ বাস্তৱ কলম,
লিখিব আহিছে আমাৰ অৰিন্দম ।
স্বপ্ন, বাস্তৱৰ ব্যৱধানৰ সন্ধিক্ষন্নত,
আহিছে সি সেৱাৰ সন্ধানত" ।

আপোনালোকৰ সহায় সহযোগিতা তথা দিহা পৰামৰ্শ কামনা কৰিলো।
Arindom Sharma

21/09/2024

নমস্কাৰ।
মই ,অৰিন্দম শৰ্মা।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসমাজক প্ৰতিনিধিত্ব কৰাৰ যি আশা সেই আশাক এক বিশ্বাসলৈ ৰূপান্তৰিত কৰিছে আপোনাসৱৰ শুভকামনাই। আগন্তুক গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত মোৰ এই পদক্ষেপক আগুৱাই নিবলৈ প্ৰয়োজন আপোনাসৱৰ গঠনমূলক পৰামৰ্শ আৰু সহযোগিতাৰ।
আমি আশাবাদী।
সকলোলৈকে ধন্যবাদ।

Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Category

Culinary Team

Attire

Website

Address

Gauhati University
Gauhati