25/01/2022
গুৰুত্বপূৰ্ণ॥ বিত্তীয় বৰ্ষ ২০২১-২২ ৰ বাবে মহিলা আত্মসহায়ক গোটক অনুদানৰ বাবে অনলাইন আৱেদন কৰিবলৈ আহ্বান জনোৱা হ'ল।
অন্তিম তাৰিখ: ৫ ফেব্রুৱাৰী ২০২২
লিংক: www.sirishassam.in
MyGovIndia MyGov Assam Directorate of Information and Public Relations, Assam CMO Assam Sanjoy Kishan সঞ্জয় কিশান
25/01/2022
IMPORTANT|| Online applications for Grants to Women SHGs are invited for the financial year 2021-22.
Last Date: 5th February 2022
Link: www.sirishassam.in
MyGovIndia MyGov Assam Directorate of Information and Public Relations, Assam Sanjoy Kishan সঞ্জয় কিশান
17/01/2022
Do not throw plastic or any other waste in the tea garden or open space. Always use a dustbin to dispose waste.
15/01/2022
আৱৰ্জনা ঘৰতে পৃথক কৰক। জৈৱিক আৰু অজৈৱিক আৱৰ্জনা একেলগে নিষ্পত্তি নকৰিব।
14/01/2022
চাহ জনজাতি কল্যাণ সঞ্চালকালয় অসমৰ তৰফৰ পৰা সকলোকে মাঘ বিহুৰ শুভেচ্ছা।
12/01/2022
Segregate waste at home. Do not dispose organic and inorganic waste together. Segregate and dispose them separately.
08/01/2022
Kharjan Tea Estate!
📸 Arpan Kalita
06/01/2022
পলিথিন বেগ, প্লাষ্টিক পেকেট ইত্যাদি হ’ল অজৈৱিক আৱৰ্জনা আৰু ফল বা শাক-পাচলিৰ বাকলি হ’ল জৈৱিক আৱৰ্জনা। এই তালিকাত আপুনি অতিৰিক্ত পদাৰ্থ যোগ দিব পাৰিব নে?
05/01/2022
Polythene bags, plastic packets etc are inorganic wastes, while fruit and vegetable peels are organic wastes. Can you add more to the list?
01/01/2022
চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ তৰফৰ পৰা সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা।
31/12/2021
জৈৱিক আৱৰ্জনাক আন ধৰণৰ আৱৰ্জনাৰ পৰা পৃথক কৰাৰ বহুতো উপকাৰ আছে। জৈৱিক আৰু অজৈৱিক আৱৰ্জনা সাৱধানে নিষ্কাশন কৰিব। আহক আমি এই উপকাৰসমূহ কি চাওঁ।