4 no Baokhungri LAC

4 no Baokhungri LAC

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from 4 no Baokhungri LAC, Social service, .

11/05/2026

BTC ৰ চীফ মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ প্ৰেছ উপদেষ্টা, সমাজকৰ্মী মাননীয় অপূৰ্ব অধিকাৰী ডাঙৰীয়াৰ সৈতে বাউখুংগ্ৰী বিধানসভা সমষ্টিৰ যুৱ বিধায়ক মাননীয় ৰূপম চন্দ্ৰ ৰায় ডাঙৰীয়াৰ এক ভাল লগা মুহূৰ্ত ৷

Hagrama Mohilary
Rupam Roy
Apurrbaa Adhikary
Alok Ray
Bodoland People's Front - BPF

11/05/2026

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শপতগ্ৰহণ অনুষ্ঠানলৈ বাউখুংগ্ৰী সমষ্টিৰ পৰা প্ৰায় ৮০০ ৰাইজ যাব বুলি জনালে বিধায়ক মাননীয় ৰূপম চন্দ্ৰ ৰায় ডাঙৰীয়াই ৷

Himanta Biswa Sarma
Hagrama Mohilary
Rupam Roy
Alok Ray
Bodoland People's Front - BPF

Photos from 4 no Baokhungri LAC's post 11/05/2026

সুপ্ৰভাতম্

ভাল লগা সময়ৰ দুখন পৃঠক ছবি ৷
দলৰ পৰা প্ৰাৰ্থীত্ব বিছাৰি আৱেদন আৰু নিৰ্বাচনী আয়োগৰ পৰা বিধায়ক হিচাপে প্ৰমাণপত্ৰ গ্ৰহণ ৷

Hagrama Mohilary
Rupam Roy
Alok Ray
Bodoland People's Front - BPF

10/05/2026

অসমৰ যষস্বী, কৰ্মদক্ষ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে এক সুন্দৰ মুহূৰ্তত মাননীয় বিধায়ক ৰূপম চন্দ্ৰ ৰায় ডাঙৰীয়া ৷

Hagrama Mohilary
Himanta Biswa Sarma
Rupam Roy
Alok Ray
Bodoland People's Front - BPF
BJP Assam Pradesh

Photos from 4 no Baokhungri LAC's post 10/05/2026

আজি ৰাজ্যিক BJP ৰ কাৰ্য্যলয়ত ৷

Hagrama Mohilary
Rupam Roy
Alok Ray
Bodoland People's Front - BPF
BJP Assam Pradesh

Photos from 4 no Baokhungri LAC's post 10/05/2026

ভাওঁৰাগুৰীত সম্বৰ্ধনা অনুষ্ঠানত মাননীয় বিধায়ক ৰূপম চন্দ্ৰ ৰায় ডাঙৰীয়াৰ মন্তব্য মন্ত্ৰী পোৱা নোপোৱাটো ডাঙৰ কথা নহয়, চৰকাৰে BTC ৰ পুজি বঢ়াই দিব লাগে ৷

Hagrama Mohilary
Rupam Roy
Bodoland People's Front - BPF

10/05/2026

প্ৰতিগৰাকী আইলৈ মাতৃ দিৱসৰ শুভেচ্ছা জনালো ৷

Hagrama Mohilary
Rupam Roy
Alok Ray
Bodoland People's Front - BPF

Photos from 4 no Baokhungri LAC's post 09/05/2026

আজি বডোফা কালচাৰেল কম্প্লেক্সত অনুষ্ঠিত হোৱা BPF দলৰ বিজয়ী উৎসৱত BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ উপস্থিতিত বিধানসভা নিৰ্বাচনত জয়ী হোৱা BPF দলৰ আটাইকেইগৰাকী বিধায়কৰ সৈতে বাউখুংগ্ৰী বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় ৰূপম চন্দ্ৰ ৰায় ডাঙৰীয়াইওঁ অংশগ্ৰহণ কৰে ৷

Hagrama Mohilary
Rupam Roy
Alok Ray
Bodoland People's Front - BPF

09/05/2026
Photos from 4 no Baokhungri LAC's post 09/05/2026

ভাৰতীয় জনতা পাৰ্টী, ফকিৰাগ্ৰাম মণ্ডলৰ উদ্যোগত শক্তি আশ্ৰমত বিজয় উৎসৱৰ লগতে ৪ নং বাউখুংগ্ৰী বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মাননীয় ৰূপম চন্দ্ৰ ৰায় ডাঙৰীয়াক সম্বৰ্ধনা জনায় ৷
অনুষ্ঠানত উপস্থিত থাকে BTC ৰ EM মাননীয় কৰ্মেশ্বৰ ৰয় ডাঙৰীয়াৰ লগতে মণ্ডলৰ বিষয়ববীয়াসকল ৷

Hagrama Mohilary
Rupam Roy
Karmeswar Roy
Alok Ray
Bodoland People's Front - BPF

Want your business to be the top-listed Government Service?

Website