21/09/2025
Dada hodai amor hoi thakibo amar ajot
নমস্কাৰ মই কপিল ৰাভা মোৰ face book page টিলে আপোনাক স্বাগতম জনাইছো আপোনাৰ আজিৰ দিনটো শুভ হওঁক
21/09/2025
Dada hodai amor hoi thakibo amar ajot
05/09/2025
সকলো শিক্ষাগুৰু সকলক মই সেৱা আৰু শ্ৰদ্ধা নিবেদিছো আজি ধনশ্ৰী নিৰ্মান গোটৰ তৰফৰ পৰা মধ্যম্পুৰ জাতীয় বিদ্যালয় , ধুপগুৰি উচ্চমাধ্যমিক বিদ্যালয় পানজান পিনাকল ইংলিছ হাইস্কুলত গৈ শিক্ষাগুৰু সকলক সম্বৰ্থনা পত্ৰ আৰু চেলেং দি সমৰ্থন কৰো শিক্ষাগুৰু সকলক যিমান শ্ৰদ্ধা ভক্তি কৰিলেও কম হয় । আৰু 5 September Teachers day আজিৰ এই দিন টোত উপস্থিত হব পাই আপোনালোকৰ মৰম চেনেহ পাই বহুত আনদিত হৈছোঁ ধন্যবাদ🙏🙏
29/08/2025
আঁচনি সমূহ
22/08/2025
গ্ৰামোউন্নয়ন বিষয়ে অলপ ৰাইজৰ লগত আলোচনা কৰোঁ।