16/04/2026
Happy Bihu
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from কলম, Gauhati.
16/04/2026
Happy Bihu
আজি......
উন্নয়ন, সম-অধিকাৰৰ, সমস্যাহীন গোৱালপাৰাৰ স্বাৰ্থত আপোনালোকৰ বহুমূলীয়া ভোট "তলা-চাবি"ৰ চিনত প্ৰদান কৰিব বুলি আমি আশাবাদী...
১৪ নং গোৱালপাৰা পূৱ বিধানসভা সমষ্টি
06/04/2026
গোৱালপাৰা পূৱ সমষ্টিৰ কানকাটাৰ বিশাল জনসভাৰ এটি আৱেগীয় মূহুৰ্ত
All India United Democratic Front - AIUDF Hafiz Bashir Ahmed Markaz DARUL Yatama Goalpara
৯ তাৰিখলৈ আৰু মাত্ৰ ৩ দিন
য’তেই যায় পহু খেদা খাই খাই, মানুহটো পাগলা হ’ল।
মুখত কেৱল পহু খেদা পহু খেদা জপ কৰিছে
05/04/2026
গোৱালপাৰা পূৱ সমষ্টিত এইবাৰ
হাফিজ বচিৰ আহমেদ কাছিমী
জিন্দাবাদ
AGP
BJP
চৰকাৰ
মিঞাসকল চৰকাৰৰ লগত থাকিব।
গোৱালপাৰা পূৱ সমষ্টিৰ AIUDF প্ৰাৰ্থী হাফিজ বচিৰ আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বেৰিষ্টাৰ আছাদ উদ্দিন ওৱেইছী চাহাব।
এই ভিডিওটো কেৱল গোৱালপাৰা পূৱ সমষ্টিৰ AGP/BJP ক সমৰ্থন কৰা ভোটাৰ সকলৰ বাবে দিয়া হল।
01/04/2026
পৰিৱৰ্তন, উন্নয়ন, সংৰক্ষণ, শিক্ষা, স্বাস্থ্য —আমাৰ লক্ষ্য।
Vote for AIUDF 👈
All India United Democratic Front - AIUDF Maulana Badruddin Ajmal Hafiz Bashir Ahmed
তেখেত এজন শিক্ষক
তেখেত এজন শিক্ষিত
তেখেতে শিক্ষাৰ কথা ক’ব