05/10/2026
গোলাঘাট জিলা পৰিষদৰ উপ-সভানেত্ৰী তথা আঠগাঁও জিলা পৰিষদৰ সদস্যা শ্ৰীমতী গীতামণি বৰা ডাঙৰীয়ানি আৰু দলৰ কৃষক মৰ্চাৰ গোলাঘাট জিলা সমিতিৰ উপ-সভানেত্ৰী তথা এপেক্স বেংকৰ উপাধ্যক্ষ শ্ৰীমতী বনশ্ৰী গোস্বামী ডাঙৰীয়ানিলৈ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দুয়োগৰাকীৰ সুস্বাস্থ্য, সুখ-সমৃদ্ধি আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। আগন্তুক দিনবোৰত সমাজ আৰু ৰাইজৰ সেৱাত দুয়োগৰাকীৰ যাত্ৰা অধিক সফল আৰু উজ্জ্বল হওক—তাৰেই কামনা।