15/08/2023
Sharing a few glimpses of the celebration of 77th Independence Day at Assam Survey & Settlement Training Centre (ASSTC). The celebration began with the hoisting of the National Flag by the Principal, ASSTC, Shri Prabir Kumar Dutta, ACS. This was followed by 'Meri Maati Mera Desh' campaign, Panch Pran Pledge, Plantation Drive and a Quiz competition.
09/11/2021
: Here's the schedule of a series of Live Talk Shows being broadcast targeting the common citizens of the state for better understanding of Revenue Administration and relevant topics.
Citizens can participate in these shows by tuning into AIR Guwahati on the scheduled dates.
09/11/2021
"ভূ-প্ৰজ্ঞা"ত অংশ গ্ৰহণৰে নিজৰ নিজৰ মাটি বাৰী তথা ৰাজহুৱা ভূমি সম্পৰ্কীয় জ্ঞানৰ অধিকাৰী হওঁক।
ভূ-প্ৰজ্ঞা অংশ গ্ৰহণৰে নিজৰ নিজৰ মাটি বাৰী তথা ৰাজহুৱা ভূমি সম্পৰ্কীয় জ্ঞানৰ অধিকাৰী হওঁক।
05/10/2021
ভূমিৰ স্পষ্ট মালিকীস্বত্ব প্ৰতিষ্ঠাৰ হেতু অত্যাধুনিক ড্ৰ’ন প্ৰযুক্তি ব্যৱহাৰ কৰি গ্ৰাম্য বসতিপূৰ্ণ অঞ্চলবোৰত ভূমি জৰীপ কৰাৰ এক পদক্ষেপ, ‘স্বমিত্ব’(SVAMITVA)। এই পদক্ষেপে নাগৰিকে ভূমিৰ অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্রত এক উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিব।
26/09/2021
I'm on Instagram as .org.in. Install the app to follow my photos and videos.
Instagram
Create an account or log in to Instagram - A simple, fun & creative way to capture, edit & share photos, videos & messages with friends & family.
26/09/2021
প্রশাসন ব্যৱস্থাৰ উন্নীতকৰণৰ হেতু অসম জৰীপ আৰু বন্দৱস্তি প্রশিক্ষণ কেন্দ্রৰ বিশেষ উদ্যোগ৷
অহা ২৬ ছেপ্টেম্বৰ, ১০ অক্টোবৰ আৰু ২৪ অক্টোবৰত তিনিটাকৈ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত চৰকাৰী বিষয়াসকলৰ বাবে আয়োজন কৰা হৈছে এখন অনলাইন বক্তৃতানুষ্ঠান ৷