creative MkH

creative MkH

Share

mkh

24/10/2023

কবি- সাহিত্যিক নাম ছদ্মনাম '


১. কোন অসমীয়াক " কলাগুৰু " বোলা হয হয় ৷
Ans= বিষুপ্রসাদ ৰাভাক ৷
২. " ৰূপকোঁৱৰ " = জ্যোতিপ্রসাদ আগৰৱাল ৷☑️
৩. "কলাগুৰু = বিষ্ণুপ্রসাদ ৰাভাক✅
৪. লোকপ্রিয় = গোপিনাথ বৰদলৈ✅
৫. কৰ্মবীৰ = নবীন চন্দ্র বৰদলৈ ✅
৬. দেশভক্ত = তৰুণৰাম ফুকনক✅
৭. নটসূৰ্য্য = ফনী শর্মা ✅
৮ . শেৱালীৰ কবি = ৰত্নকান্ত বৰকাকতী
৯. ভাঙনি কোঁৱৰ = আনন্দ চন্দ্র আগৰৱালা✅
১০. বিহগী কবি = ৰঘুনাথ চৌধাৰী ✅
১১. শীলভদ্ৰ = শ্রীৰেৱতী মোহন দত্ত চৌধুৰীৰ
১২. অগ্নিকবি = কমলাকান্ত ভট্টচার্য
১৩. ধ্বনি কবি = বিনন্দ চন্দ্র বৰুৱা
১৪. সাহিত্য ৰত্ন = চন্দ্ৰধৰ বৰুৱা
১৫. নিজৰাৰ কবি = শৈলধৰ ৰাজখোৱা
১৬. উপন্যাস সম্রাট = ৰজনীকান্ত বৰকাকতি✅
১৭ . শেৱালীৰ কবি = ৰত্নকান্ত বৰকাকতি ৷
১৮ . অতীন্দ্রিয়বাদী কবি = নলিনীবালা দেবী ৷
১৯ . বকুলবনৰ কবি = আনন্দ চন্দ্ৰ বৰুৱাৰ
২০. জ্ঞানমালিনীৰ কবি = মফিজুদ্দিন আহমদ হাজৰিকাৰ✅
২১. গীতিকবি = পার্বতীপ্রসাদ বৰুৱা
২২. সুগন্ধি পখিলাৰ কবি = পার্বতীপ্রসাদ বৰুৱা
২৩, অসম কেশৰী = অম্বিকাগিৰী ৰায়চৌধুৰী
২৪. বনফুলৰ কবি = যতীন্দ্র নাথ দুৱাৰা✅
২৫. পাপৰীৰ কবি = গণেশ চন্দ্র গগৈ
২৬. ভাঙনি কোঁৱৰ = আনন্দ চন্দ্ৰ আগৰৱালা✅
২৭. প্রতিমাৰ খনিকৰ = চন্দ্র কুমাৰ আনৰরালা✅
২৮ . ত্যাগবীৰ = হেমচন্দ্র বৰুৱা ৷

17/10/2023

#স্বাধীনতা দিৱসৰ_প্ৰশ্ন

Q.1 'সাৰে জাহা ছে আচ্ছা' কবিতা কোনে ৰচনা কৰিছিল?
ক) মুংশী প্ৰেম চান্দ
খ) মহম্মদ ইকবাল
গ) ৰবীন্দ্ৰনাথ ঠাকুৰ
ঘ) মহাত্মা গান্ধী

উত্তৰ খ) মহম্মদ ইকবাল

Q.2 ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কোন আছিল?
ক) মহাত্মা গান্ধী
খ) জৱাহৰলাল নেহৰু
গ) মোতিলাল নেহৰু
ঘ) এ.অ’ হিউম

উত্তৰ ঘ) A.O হিউম

Q.3 gadar party ৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?
ক) সোহন সিং ভকনা
খ) লালা লাজপত ৰায়
গ) কৰতাৰ সিং সৰভা
ঘ) ভগত সিং

উত্তৰ ক) সোহন সিং ভকনা

Q.4 অশোক চক্ৰত কিমান স্পক (কাঠি) থাকে?
ক) ২৩
খ) ২২
গ) ২৪
ঘ) ২১

উত্তৰ গ) ২৪

Q.5 জালিয়ানৱালা বাগ হত্যাকাণ্ড কেতিয়া হৈছিল?
ক) ১৯১১ চন
খ) ১৯৪১ চন
গ) ১৮১৭ চন
ঘ) ১৯১৯ চন

উত্তৰ ঘ) ১৯১৯ চন

Q.6 দেশপ্ৰেমমূলক গীত 'সৰফৰোষী কি তাম্মানা' ৰ লেখক কোন?
ক) ৰাম প্ৰসাদ বিস্মিল
খ) সুখদেৱ
গ) ভগত সিংহ
ঘ ৰাজগুৰু

উত্তৰ ক) ৰাম প্ৰসাদ বিস্মিল

Q.7 ভাৰতৰ জাতীয় পতাকা কোনে ডিজাইন কৰিছিল?
ক) ড° ভীম ৰাও আম্বেদকাৰ
খ) পিংগালী ভেংকয়া
গ) দাদা ভাই নাৰোজী
ঘ) গোপাল কৃষ্ণ গোখলে

উত্তৰ খ) পিংগালী ভাংকয়া

Q.8 ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কোনখন চহৰৰ পৰা ভাৰতৰ সৈতে বাণিজ্য আৰম্ভ কৰিছিল?
ক) ছুৰাত
খ) কলিকতা
গ) বোম্বাই
ঘ) গুজৰাট

উত্তৰ ক) ছুৰাত

Q.9 তলত উল্লেখ কৰা কোনজন নেতাক ভাৰতৰ 'আইৰন মেন' নামেৰে জনাজাত?
ক) মহাত্মা গান্ধী
খ) জৱাহৰ লাল নেহৰু
গ) চৰ্দাৰ বল্লভ ভাই পেটেল
ঘ) লালা লাজপত ৰায়

উত্তৰ গ) চৰ্দাৰ বল্লভ ভাই পেটেল

Q.10 মহাত্মা গান্ধী কোন বছৰত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহিছিল?
ক) ১৯৪০ চন
খ) ১৮৭০ চন
গ) ১৮৯০ চন
ঘ) ১৯১৫ চন

উত্তৰ ঘ) ১৯১৫ চন



Q.1 Who wrote the poem Saare Jahan Se Achha?
a) Munshi Prem Chand
b) Muhammad Iqbal
c) Rabindranath Tagore
d) Mahatma Gandhi

13/08/2023

South Indian movies

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address

Guwahati