বড়ো ,ৰাভা ,মিচিং , কাৰ্বি আৰু তিৱা হৈছে অসমৰ প্ৰধান আৰু থলুৱা জনজাতি আৰু অসমৰ মুখ্যমন্ত্ৰী এখনত তেওঁলোকৰ প্ৰথম অধিকাৰ আছে
Rubul Ahmed Assam
A Company of Multimedia Production and Broadcasting
:TwoTime Gold Medalist(Maritalarts)
: Graduated 🎓
: Advisor-ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদ
:মই ইউটিউবৰ বা কণ্টেন্ত ক্ৰিয়েটৰ নহয় বা কোনো ৰাজনীতি বিদো নহয়, মই সদায় সেইসকলৰ বিৰুদ্ধে মাত মাতিছো যিসকলে ধৰ্ম,জাতি,ভাষী নামত আমাৰ মাজত কাজিয়া লগাব বিচাৰে ।
হিন্দু ৰাষ্ট্ৰ বনাব বিচৰা বিজেপিৰ নেতাই আকৌ অপমান কৰিলে হিন্দু দেৱীক কিন্তু তাৰ উপৰত একো ব্যৱস্থা লব নোৱাৰিলে । বিজেপি নেতাৰ অধিকাৰ আছে নেকি হিন্দু দেৱী সকলোক উপমান কৰা ?
28/05/2026
28/05/2026
ঈদ মোবাৰক! আপোনাক আৰু আপোনাৰ পৰিয়ালক ঈদৰ আন্তৰিক শুভেচ্ছা জনালোঁ। শান্তি, সুখ আৰু সমৃদ্ধিৰে ভৰা হওক আপোনাৰ জীৱন।
ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ ঈদ-উল-আজহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷ ঈদ মোবাৰক
শিলাদিত্যক উচিত প্ৰত্যুত্তৰ
বস্তুৰ মূল্য বৃদ্ধি কৰিবলৈ গৈ যাতে জীবনৰ মূল্য কমি নাযায়, তাৰ প্ৰতি নজৰ ৰাখিব
গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰিব লাগে
গৰু কুৰবানী নিদিলে মুছলিমৰ একো অসুবিধা নহয় । কিন্তু কিছুমান মানুহে বিক্ৰী কৰিব নোৱাৰিলে ঘৰ চলোৱাত অসুবিধাৰ সন্মুখীন হব
23/05/2026
Cockroach শব্দৰ অসমীয়া অৰ্থ কি
ৰহস্য কি? ককৰোচলৈ ভয় কিয়
Click here to claim your Sponsored Listing.
Location
Website
Address
Gauhati
781001
