নাৰী শক্তিৰ উত্তৰণ আৰু সৰ্বস্তৰৰ বিকাশৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে কৰা কাম আৰু বিৰোধীৰ কামৰ পাৰ্থক্য স্পষ্ট।
#महिला_विरोधी_कांग्रेस
Pragjyotishpur Mandal OBC Marcha
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Pragjyotishpur Mandal OBC Marcha, Political Party, Guwahati.
চাহ বাগিচাৰ ঐতিহ্যৰ পৰা পূবৰ চিলিকন ভেলীলৈ: প্ৰগতিৰ পথত অসম।
Agri-Tech: Drones now monitor and spray heritage tea gardens with precision.
Semiconductor Leap: A ₹27,000 crore plant is anchoring a new global industrial ecosystem.
Strengthening our regional identity while staying integrated with the national vision has been the hallmark of this administration. To keep our heritage protected and our borders secure, it’s Akou ebar BJP sarkar
08/04/2026
পৰম শ্ৰদ্ধাৰ ডিমৰীয়া সমষ্টিবাসী,
অহা ৯ এপ্ৰিল, ২০২৬ কেৱল এটা ভোটদানৰ দিন নহয়, এই দিনটো হৈছে অসমৰ উন্নয়ন, সুৰক্ষা, সন্মান আৰু ভৱিষ্যৎ নিৰ্ণয় কৰাৰ দিন। সেয়েহে সকলোৱে এই দিনটোত দলে-বলে ওলাই আহি গণতন্ত্ৰৰ পৱিত্ৰ অধিকাৰ সাব্যস্ত কৰক।
আপোনালোকৰ প্ৰত্যেকেই নিজৰ মূল্যৱান ভোটটো হাতীৰ ছবিত দি ডিমৰীয়া বিধানসভা সমষ্টিত ড° তপন দাসক বিপুল ভোটত জয়যুক্ত কৰক আৰু 'বিকশিত, সমৃদ্ধিশালী ডিমৰীয়া সমষ্টি' গঢ়াত অংশীদাৰ হওক। লগতে অসমত পুনৰ এখন শক্তিশালী, উন্নয়নমুখী আৰু জনমুখী এনডিএ চৰকাৰ গঠনত আগভাগ লওক।
অহা ৯ এপ্ৰিলত ভোটকেন্দ্ৰলৈ আহক, হাতীৰ ছবিত ভোট দিয়ক আৰু ডিমৰীয়াৰ ভৱিষ্যৎ উজ্জ্বল কৰক…
A For Assam
মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অটল, অবিচল, অগ্ৰগামী অসম।
08/04/2026
আপুনি ভোট দিয়াৰ পূৰ্বে মনত পেলাব...
For a self-reliant and bright Assam.
Seeing the energy at the rallies, it's clear the people have already decided. The 'Sankalp Patra' shows the vision for 2026.
05/04/2026
Good morning 🌞
Getting a degree is great, but learning actual skills to get a job is even better. Hands-on training is a total game-changer for the youth.
It feels good when the administration actually listens to the youth. Policies are finally being made that make sense for our generation.
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
781020
