15/04/2026
অসমীয়া নৱবৰ্ষৰ শুভেচ্ছাৰে....🙏
জিলা সভাপতি বিজেপি, অৱিচি মৰ্চা বিলাসীপাৰা জিলা;প্ৰাক্তন জিলা সভাপতি, বিজেপি, যুৱ মৰ্চা ধুবুৰী পূব।
15/04/2026
অসমীয়া নৱবৰ্ষৰ শুভেচ্ছাৰে....🙏
Finally MLA Jibesh da 10 Bilasipara LAC
07/04/2026
আজি ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফলিমাৰী কৃষ্ণকলি গাও-পঞ্চায়তৰ অধীনৰ ২৩৬ নং চৈৱাৰী হিন্দুপাৰা/ৱাৰ্ড নং-১০ বুথত বিজেপি মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী মাননীয় Jibesh Roy ডাঙৰীয়াৰ হৈ অন্তিমখন নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰোঁ।
উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত মোৰ লগত সংগ দিয়ে চৈৱাৰী হিন্দুপাৰাৰ বিশিষ্ট সমাজকৰ্মী শ্ৰীউদ্ধৱ ৰায় ডাঙৰীয়া, চৈৱাৰী হিন্দুপাৰাৰ ৱাৰ্ড সদস্য মাননীয় অভিমান্য ৰায় ডাঙৰীয়া,ভাৰতীয় জনতা যুৱ মৰ্চা চাপৰ বহলপুৰ মণ্ডলৰ সা: সম্পাদক মাননীয় ৰমেন বৰ্মন ডাঙৰীয়া, যুৱ সমাজকৰ্মী মাননীয় শ্ৰীচত্ৰজিৎ সৰকাৰ ।।
#আকৌ এবাৰ বিজেপি চৰকাৰ
Vote for AGP Vote for NDA
Vote for Jibesh Ray
Himanta Biswa Sarma
Dilip Saikia
Jayanta Mallabaruah
Ranjeet Kumar Dass
BJP Assam Pradesh
07/04/2026
ৰাইজৰ বাবে, ৰাইজৰ লগত ... বিজেপি মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী মাননীয় Jibesh Roy ডাঙৰীয়াৰ হৈ
আজি অন্তিম দিনৰ নিৰ্বাচনী প্ৰচাৰ ...
03/04/2026
আজি ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফলিমাৰী কৃষ্ণকলি গাও-পঞ্চায়তৰ অধীনৰ চৈৱাৰী হিন্দুপাৰা গাওত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মাননীয় Jibesh Roy ডাঙৰীয়াৰ হৈ নিৱাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰোঁ।
উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে জিলা বিজেপিৰ প্ৰাক্তন সভাপতি মাননীয় শ্ৰীপ্ৰফুল্ল কলিতা ডাঙৰীয়া, বহলপুৰ গাওঁ পঞ্চায়তৰ মাননীয় সভানেত্ৰী শ্ৰীগিতা ৰায় ডাঙৰীয়ানী, চৈৱাৰী হিন্দুপাৰা গাঁওৰ ৱাৰ্ড সদস্য মাননীয় শ্ৰীঅভিমান্য ৰায়ৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।।
Himanta Biswa Sarma
Jayanta Mallabaruah
Ranjeet Kumar Dass
Dilip Saikia
Jibesh Roy
01/04/2026
আজি সন্ধিয়া ফলিমাৰী কৃষ্ণকলি গাও-পঞ্চায়তৰ অন্তৰ্গত ধীৰবিৰ/ কলোৱাৰী গাওত ১০ বিলাসীপাৰা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী মাননীয় Jibesh Roy ডাঙৰীয়াৰ হৈ নিৱাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰোঁ।
উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে জিলা বিজেপিৰ উপ-সভাপতি মাননীয় শ্ৰীবুবুল কলিতা ডাঙৰীয়া, জিলা কিষান মৰ্চাৰ উপ-সভাপতি মাননীয় শ্ৰী দেৱানন অধীকাৰী ডাঙৰীয়া প্ৰমূখ্যে কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।।
Himanta Biswa Sarma
Dilip Saikia
Jayanta Mallabaruah
Ranjeet Kumar Dass