18/04/2021
এজন ৰাইজৰ নেতাই ৰাজনীতিত এটা যুগৰ পৰিসমাপ্তি ঘটাই বিদায় মাগিলে।তেওঁ আমাৰ পৰিয়ালটোৰ বাবে সাহস আছিল, বিপদৰ সময়ত আমাক বাট দেখুৱাইছিল । আমাৰ লগতে বহুতৰ বাবে প্ৰেৰণাস্ৰোত হৈ থাকিব।বিদেহ আত্মাই চিৰশান্তি লাভ কৰক ।
ঔম শান্তি: 🙏🙏🙏
15/04/2021
সমূহ অসমবাসীলৈ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
12/01/2021
"Arise,Awake and Stop not the goal is reached" - Swami Vivekananda
মহান দাৰ্শনিক, ভাৰতীয় সংস্কৃতিৰ ধ্বজাবাহক, যুগ প্ৰৱৰ্তক স্বামী বিবেকানন্দৰ জন্মজয়ন্তীত তেখেতক শ্ৰদ্ধাৰে সুৱৰিছোঁ আৰু এই চেগতে সকলোলৈ "ৰাষ্ট্ৰীয় যুৱ দিৱস"ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷
#ৰাষ্ট্ৰীয়_যুৱ_দিৱস