28/03/2026
আজি অসমৰ গৌৰৱোজ্জ্বল ইতিহাসৰ এক স্মৰণীয় দিন। ১২০৬ খ্ৰীষ্টাব্দত কামৰূপৰ পৰাক্ৰমী নৃপতি মহাৰাজ পৃথুৰ নেতৃত্বত আমাৰ বীৰ সেনাবাহিনীয়ে বিদেশী আক্রমণকাৰী বখতিয়াৰ খিলজী বাহিনীক কামৰূপত পৰাস্ত কৰি মাতৃভূমিৰ সুৰক্ষা নিশ্চিত কৰিছিল।
এই ঐতিহাসিক মহা বিজয় দিৱসে কেৱল কামৰূপ ৰাজ্যকেই সুৰক্ষিত কৰা নাছিল, বৰঞ্চ সমগ্ৰ পূব ভাৰতত বিদেশী আক্রমণৰ বিস্তাৰকো ৰোধ কৰিছিল। মহাৰাজ পৃথুৰ বীৰত্ব, দূৰদৰ্শিতা আৰু মাতৃভূমিৰ প্ৰতি তেওঁৰ অটল সমৰ্পণ আমাৰ জাতীয় গৌৰৱৰ এক চিৰন্তন প্ৰেৰণা হৈ থাকিব।
Today is Maha Vijay Diwas.
On this day 820 years ago, led by Maharaja Prithu, Assam resisted the advance of Bakhtiyar Khilji and decimated him.
This wasn’t just a military triumph. It preserved the identity of Kamarupa and safeguarded Assam’s civilizational heritage.

26/03/2026
16/02/2026
02/02/2026
30/12/2025
09/11/2022