BJYM Dispur Mandal

BJYM Dispur Mandal

Share

A youth people community for political follower of National political party Bharatia Janata Party Group political party

26/11/2023

২৬ নৱেম্বৰ, ২০০৮ ! ভাবিলেই গা শিয়ঁৰি উঠা এটা দিন ! মুম্বাইত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা দেশী বিদেশী নিৰীহ লোকসকলৰ লগতে এই আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীৰ বিৰূদ্ধে যুঁজি শ্বহীদ হোৱা বীৰ জোৱান সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

কংগ্ৰেছৰ শাসনকালত হোৱা এই আক্ৰমণৰ সময়ত দেশী বিদেশী বহুকেইটা চোৰাংচোৱা সংস্থাই চৰকাৰক সতৰ্কবাণী দিয়াৰ পিছতো চৰকাৰে কোনোধৰণৰ সতৰ্কতামূলক ব্যবস্থা গ্ৰহণ নকৰিলে আৰু আক্ৰমণৰ সময়তো এই আক্ৰমণ প্ৰতিহত কৰিবলৈ চৰকাৰী ব্যবস্থাটোৰ বহুখিনি ব্যৰ্থতা দেখা গৈছিল, যাৰ বাবে বহু নিৰীহ ব্যক্তিয়ে মৃত্যুক আকোঁৱালি ল'বলগীয়া হৈছিল ।

26/11/2023

আজি 'সংবিধান দিৱস'।
১৯৪৯ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ২৬ নৱেম্বৰত ভাৰতবৰ্ষৰ সংবিধান পৰিষদে আমাৰ দেশৰ সংবিধানখন গ্ৰহণ কৰে, আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীত এই সংবিধানখন কাৰ্যকৰী হয়।

আজিৰ দিনটো 'ৰাষ্ট্ৰীয় আইন দিৱস' হিচাপেও পালন কৰা হয়।

আজিৰ এই দিনটোত আমাৰ ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা ড° বি. আৰ আম্বেদকাৰ ডাঙৰীয়াৰ লগতে এই সংবিধান প্ৰণয়নৰ লগত জড়িত সমূহ ব্যক্তিলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
আহক আমি সকলোৱে দেশৰ সংবিধান মানি সু- নাগৰিক হিচাপে দায়িত্ব আৰু কৰ্তব্য পালন কৰোঁ।

Photos from BJYM Dispur Mandal's post 19/10/2023

Today our Dispur Mandal members took an initiative role in Bharat Mata Pujan...

06/10/2023

A very happy birthday to Kanchan , God bless you with lots of happiness & prosperity .... 🎂 🎈 🎈 🍰

03/10/2023

A very happy birthday to Rinku Moni Das (social media Co-incharge of BJYM Dispur Mandal )

Wishing you a lot of success and prosperity

02/10/2023

महात्मा गांधी जी ने स्वदेशी, स्वराज, स्वावलंबन और स्वच्छता के दर्शन से जिस तरह स्वाधीनता के दौरान देश का नेतृत्व कर जनजागरण किया, वह आज भी हम सभी के लिए प्रेरणीय है। पूरे विश्व को सत्य और अहिंसा के मार्ग पर चलने की प्रेरणा देने वाले महात्मा गांधी जी की जयंती पर उन्हें कोटिशः वंदन करता हूँ।

02/10/2023

जय जवान-जय किसान' के उद्घोषक, पूर्व प्रधानमंत्री, भारत रत्न लाल बहादुर शास्त्री जी की जयंती पर शत्-शत् नमन।

27/09/2023

A very happy happy birthday to Pratap da, we wish you all the success in your life

19/09/2023

Wishing everyone a very Happy Ganesh Chaturthi..

Photos from BJYM Dispur Mandal's post 19/09/2023

Blood donation done by BJYM Dispur Mandal team at hengrabari district office.

Photos from Niharendra Sarma Official's post 06/09/2023
Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Website

Address

Guwahati
781026