BJP Mahila Morcha Assam Pradesh

BJP Mahila Morcha Assam Pradesh It's an official page of Bharatiya Janata Party, Mahila Morcha Assam Pradesh

06/10/2026
আকৌ বিজেপিৰ নিৰংকুশ বিজয়...শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে মুঠ ৪২খন আসনৰ ভিতৰত ৩৪খন আসনত ব...
06/10/2026

আকৌ বিজেপিৰ নিৰংকুশ বিজয়...

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে মুঠ ৪২খন আসনৰ ভিতৰত ৩৪খন আসনত বিজয় সাব্যস্ত কৰি এক নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে।

বেলট পেপাৰত অনুষ্ঠিত এই নিৰংকুশ বিজয়ে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব আৰু বিজেপিৰ প্ৰতি অসমবাসী ৰাইজৰ অপৰিসীম বিশ্বাস,আস্থা আৰু সহযোগিতাক স্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে।

বেলটতো বিজেপি, ই ভি এমতো বিজেপি।

Himanta Biswa Sarma
Dilip Saikia
Nilima Devi
Bharatiya Janata Party (BJP)

বিজেপিৰ বিজয় যাত্ৰা অব্যাহত...কংগ্ৰেছ তথা বিৰোধীয়ে ভোট চুৰিক লৈ ভুৱা বাখ্যাৰে দেশবাসীক বিভ্ৰান্ত কৰিবলৈ বৃথা চেষ্টা অব...
06/10/2026

বিজেপিৰ বিজয় যাত্ৰা অব্যাহত...

কংগ্ৰেছ তথা বিৰোধীয়ে ভোট চুৰিক লৈ ভুৱা বাখ্যাৰে দেশবাসীক বিভ্ৰান্ত কৰিবলৈ বৃথা চেষ্টা অব্যাহত ৰখাৰ সময়তে ত্ৰিপুৰাৰ গাঁও সমিতিৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে নিৰংকুশ বিজয় সাব্যস্ত কৰিছে। বেলট পেপাৰত অনুষ্ঠিত এই নিৰ্বাচনৰ ফলাফলে পুনৰবাৰ প্ৰমাণ কৰিছে দেশৰ প্ৰতিটো প্ৰান্তৰ নাগৰিক মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হোৱা 'বিকশিত ভাৰত ২০৪৭'ৰ অনিৰুদ্ধ যাত্ৰাৰ সহযাত্ৰী হৈছে।

Himanta Biswa Sarma
Dilip Saikia
Nilima Devi
Bharatiya Janata Party (BJP)

06/10/2026

জাগীৰোডত নিৰ্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্প সম্পূৰ্ণ হোৱাৰ লগে লগে দেশৰ ভিতৰতে অসম হৈ পৰিব এক ছেমি কণ্ডাক্টৰ হাব । অসমত এনে বৃহৎ প্ৰকল্প নিৰ্মাণৰ কাম কেৱল মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সদিচ্ছা আৰু মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আন্তৰিক প্ৰচেষ্টাৰ বাবেই সম্ভৱ হৈ উঠিছে।

Himanta Biswa Sarma
Dilip Saikia
Nilima Devi
Bharatiya Janata Party (BJP)

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল— সুস্থ, শক্তিশালী আৰু আত্মনিৰ্ভৰ অসমৰ দিশত আমাৰ অবিৰত যাত্ৰাৰ আন এক দৃঢ় খোজ।...
05/10/2026

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল— সুস্থ, শক্তিশালী আৰু আত্মনিৰ্ভৰ অসমৰ দিশত আমাৰ অবিৰত যাত্ৰাৰ আন এক দৃঢ় খোজ। বঙাইগাঁওবাসীৰ বহুপ্রতীক্ষিত সপোনৰ পূর্তিৰে আনুষ্ঠানিকভাৱে চিকিৎসা মহাবিদ্যালয়খনি উদ্বোধন কৰিলে‌ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।

প্ৰায় ৬১১ কোটি টকা ব্যয়েৰে নিৰ্মিত এই প্ৰতিষ্ঠানখনে নামনি অসমৰ স্বাস্থ্য সেৱাক অধিক শক্তিশালী কৰাৰ লগতে নতুন প্ৰজন্মৰ চিকিৎসক গঢ় দিয়াৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ৪৩০খন বিছনাযুক্ত হাস্পতাল আৰু ১০০খন এম বি বি এছ আসনে এই যাত্ৰাক অধিক শক্তিশালী কৰিছে।

Himanta Biswa Sarma
Dilip Saikia
Nilima Devi
Bharatiya Janata Party (BJP)

05/10/2026
মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, মাননীয় স্বাস্থ্য মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াৰ উপস্থিতিত কালি আনুষ্ঠানিকভ...
05/10/2026

মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, মাননীয় স্বাস্থ্য মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াৰ উপস্থিতিত কালি আনুষ্ঠানিকভাৱে ৭৩ গৰাকী চিকিৎসকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

Dilip Saikia
Nilima Devi
Bharatiya Janata Party (BJP)

কালি অসম কেবিনেটৰ বৈঠকত অসমৰ উন্নয়ন, প্ৰশাসনিক সংস্কাৰ আৰু জনকল্যাণৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত অনুমোদ...
05/10/2026

কালি অসম কেবিনেটৰ বৈঠকত অসমৰ উন্নয়ন, প্ৰশাসনিক সংস্কাৰ আৰু জনকল্যাণৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত অনুমোদন জনোৱা হয়।

ইয়াৰ অন্যতম হৈছে------

1. মধুপুৰ সত্ৰৰ সেৱা-কাৰ্য চলাই নিয়াৰ বাবে আৰ্থিক সহায়
2. অসমত স্থায়ীভাৱে বসবাস কৰা প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে ১২% সংৰক্ষণ
3. বাহনৰ মালিকীস্বত্ব হস্তান্তৰৰ ক্ষেত্ৰত গ্ৰীন চেছ
4. বিনিয়োগক উৎসাহিত কৰাৰ লগতে পৌৰ নিৰ্বাচন ব্যৱস্থা অধিক সুশৃংখলিত কৰাৰ পদক্ষেপ
5. ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট উন্নয়ন প্ৰকল্পৰ বাবে ডি পি আৰ প্ৰস্তুতকৰণ আদি

জনকল্যাণৰ পৰা আৰম্ভ কৰি বিনিয়োগ, আন্তঃগাঁথনি, পৰিৱেশ আৰু প্ৰশাসনিক ব্যৱস্থাৰ উন্নয়নলৈ—আজিৰ সিদ্ধান্তসমূহে এক শক্তিশালী, সুসংগঠিত আৰু বহনক্ষম অসমৰ দিশত আমাৰ যাত্ৰাক অধিক ত্বৰান্বিত কৰিব।

Himanta Biswa Sarma
Dilip Saikia
Nilima Devi

Address

Atal Bihari Vajpayee Bhawan, BJP Assam Pradesh, Head Office
Guwahati
781036

Website

Alerts

Be the first to know and let us send you an email when BJP Mahila Morcha Assam Pradesh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share