Bharatiya Janata 'OBC' Morcha, Guwahati City District

Bharatiya Janata 'OBC' Morcha, Guwahati City District

Share

This is the official page of BJP OBC Morcha, Guwahati City District

Photos from Bharatiya Janata 'OBC' Morcha, Guwahati City District's post 03/06/2026

BJP Guwahati City District ৰ অন্যান্য পিচপৰা শ্ৰেণী মৰ্চাৰ সন্মানীয় সভাপতি শ্ৰী Nitul Das ডাঙৰীয়াৰ নেতৃত্বত জিলাৰ সকলো কাৰ্য্যকৰ্তাসকলৰ লগতে নৱগ্ৰহ মণ্ডল, ৰাজধানী মণ্ডল, বিষ্ণুপুৰ মণ্ডল আৰু দিশপুৰ মণ্ডলৰ সভাপতিসকলৰ সহযোগত মাননীয় বিধায়ক শ্ৰীযুত Diplu Ranjan Sarma ডাঙৰীয়াৰ BJP Assam Pradeshৰ ৰাজ্যিক ভৱনস্থিত কাৰ্য্যালয়ত একেলগে উপস্থিত হৈ তেখেতৰ শেহতীয়া বিজয়ৰ বাবে অভিনন্দন জনায়।

ৰাইজৰ আন্তৰিক শুভেচ্ছা, মৰম আৰু আশীৰ্বাদ লগত লৈ জনসেৱাৰ পথত সমষ্টিটোৰ সামগ্ৰিক উন্নয়ন, সংগঠনৰ শক্তি বৃদ্ধি আৰু জনকল্যাণৰ বাবে সকলোৰে সদায় কাম কৰিবলৈ প্ৰতিশ্ৰুতি দিয়ে।

Bjp Obc Morcha Assam Pradesh

Photos from Bharatiya Janata 'OBC' Morcha, Guwahati City District's post 01/06/2026

BJP Guwahati City District ৰ অন্যান্য পিচপৰা শ্ৰেণী মৰ্চাৰ সন্মানীয় সভাপতি শ্ৰী Nitul Das ডাঙৰীয়াৰ নেতৃত্বত জিলাৰ সকলো কাৰ্য্যকৰ্তাসকলৰ লগতে ডিমৰীয়া মণ্ডল, ৰাজধানী মণ্ডল, বিষ্ণুপুৰ মণ্ডল আৰু দিশপুৰ মণ্ডলৰ সভাপতিসকলৰ সহযোগত মাননীয় বিধায়ক শ্ৰীযুত Pradyut Bordoloi ডাঙৰীয়াৰ বাসগৃহত একেলগে উপস্থিত হৈ তেখেতৰ শেহতীয়া বিজয়ৰ বাবে অভিনন্দন জনায়।

ৰাইজৰ আন্তৰিক শুভেচ্ছা, মৰম আৰু আশীৰ্বাদ আৰু উৎসাহ লগত লৈ জনসেৱাৰ পথত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জনাই।

লগতে সমষ্টিটোৰ সামগ্ৰিক উন্নয়ন, সংগঠনৰ শক্তি বৃদ্ধি আৰু জনকল্যাণৰ বাবে সকলোৰে সদায় কাম কৰিবলৈ প্ৰতিশ্ৰুতি দিয়ে।

Bjp Obc Morcha Assam Pradesh
BJP Assam Pradesh

Photos from Bharatiya Janata 'OBC' Morcha, Guwahati City District's post 01/06/2026

BJP Guwahati City District ৰ অন্যান্য পিচপৰা শ্ৰেণী মৰ্চাৰ সন্মানীয় সভাপতি শ্ৰী Nitul Das ডাঙৰীয়াৰ নেতৃত্বত জিলাৰ সকলো কাৰ্য্যকৰ্তাসকলৰ লগতে ডিমৰীয়া মণ্ডল, ৰাজধানী মণ্ডল, বিষ্ণুপুৰ মণ্ডল আৰু দিশপুৰ মণ্ডলৰ সভাপতিসকলৰ সহযোগত মাননীয় বিধায়ক শ্ৰীযুত Dr. Tapan Das ডাঙৰীয়াৰ বাসগৃহত একেলগে উপস্থিত হৈ তেখেতৰ শেহতীয়া বিজয়ৰ বাবে অভিনন্দন জনায়।

সকলোৰে আন্তৰিক শুভেচ্ছা, মৰম আৰু আশীৰ্বাদে তেখেতক অধিক দায়িত্ব আৰু উৎসাহেৰে জনসেৱাৰ পথত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰাৰ বাবে তেখেতে সকলোকে আন্তৰিক ধন্যবাদ জনাই সমষ্টিটোৰ সামগ্ৰিক উন্নয়ন, সংগঠনৰ শক্তি বৃদ্ধি আৰু জনকল্যাণৰ বাবে সকলোৰে সৈতে একেলগে কাম কৰিবলৈ প্ৰতিশ্ৰুতি দিয়ে।

Bjp Obc Morcha Assam Pradesh
BJP Assam Pradesh

Photos from Bharatiya Janata 'OBC' Morcha, Guwahati City District's post 31/05/2026

BJP Guwahati City District ৰ অন্যান্য পিচপৰা শ্ৰেণী মৰ্চাৰ সন্মানীয় সভাপতি শ্ৰী Nitul Das ডাঙৰীয়াৰ নেতৃত্বত জিলাৰ সকলো কাৰ্য্যকৰ্তাসকলৰ লগতে বিষ্ণুপুৰ মণ্ডল, ভৰলুমুখ মণ্ডল আৰু শুক্লেশ্বৰ মণ্ডলৰ সভাপতিসকলৰ সহযোগত মাননীয় বিধায়ক শ্ৰীযুত বিজয় গুপ্তা ডাঙৰীয়াৰ বাসগৃহ তথা কাৰ্য্যালয়ত একেলগে উপস্থিত হৈ তেখেতৰ শেহতীয়া বিজয়ৰ বাবে অভিনন্দন জনায়।

সকলোৰে আন্তৰিক শুভেচ্ছা, মৰম আৰু আশীৰ্বাদে তেখেতক অধিক দায়িত্ব আৰু উৎসাহেৰে জনসেৱাৰ পথত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে বুলি তেখেতে মন্তব্য কৰে।

শেষত তেখেতে সকলোকে আন্তৰিক ধন্যবাদ জনাই সমষ্টিটোৰ সামগ্ৰিক উন্নয়ন, সংগঠনৰ শক্তি বৃদ্ধি আৰু জনকল্যাণৰ বাবে সকলোৰে সৈতে একেলগে কাম কৰিবলৈ প্ৰতিশ্ৰুতি দিয়ে।

Bjp Obc Morcha Assam Pradesh
BJP Assam Pradesh

Photos from Bharatiya Janata 'OBC' Morcha, Guwahati City District's post 12/05/2026

অসমৰ বাবে এক ঐতিহাসিক মুহূৰ্ত🙏

সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰী Himanta Biswa Sarma ডাঙৰীয়া আৰু BJP Assam Pradesh নেতৃত্বাধীন এন ডি এৰ মন্ত্ৰীসভাই মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াৰ উপস্থিতিত শপত গ্ৰহণ কৰাৰ লগতে শীৰ্ষ ৰাষ্ট্ৰীয় নেতাসকল আৰু লাখ লাখ লোকে অসমৰ সুৰক্ষা, প্ৰগতি আৰু উন্নয়নৰ প্ৰতি থকা সামূহিক দায়বদ্ধতাক পুনৰ দৃঢ় কৰে।

Photos from Bharatiya Janata 'OBC' Morcha, Guwahati City District's post 10/05/2026

সন্মানীয় মুখ্যমন্ত্ৰী °ড Himanta Biswa Sarma দেৱক BJP Assam Pradesh আৰু NDA বিধায়ক পাৰ্টিৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ বাবে আন্তৰিক অভিনন্দন জনালো।

শ্ৰীযুত Narendra Modi ডাঙৰীয়াদেৱৰ নিৰ্দেশনাত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ উন্নয়নৰ যাত্ৰা অব্যাহত থাকিব বুলি আশা কৰিছো।

04/05/2026

জয় শ্ৰী ৰাম
ভাৰত মাতা কি জয়
ধন্যবাদ অসমবাসী ৰাইজ
সকলোকে অভিনন্দন জনালো🙏

BJP Guwahati City District
Bjp Obc Morcha Assam Pradesh
BJP Assam Pradesh
Himanta Biswa Sarma

Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address

Hengerabari Road
Gauhati