Deep Darshan Kalita - General Secretary Candidate GU PGSU 2023-24

Deep Darshan Kalita - General Secretary Candidate GU PGSU 2023-24

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Deep Darshan Kalita - General Secretary Candidate GU PGSU 2023-24, Social service, Gauhati University , Guwahati, .

26/09/2023

অকলে নহয়, একেলগে আমি হৈ কাম কৰাৰ সপোন,
ছাত্ৰকণ্ঠক বজ্রকণ্ঠ কৰাৰ সপোন,

সমস্যা আছে বহু কিছু,
একেলগ হৈ সমাধান কৰাৰ সপোন,

সম্ভাৱনা আছে অজস্ৰ,
সম্ভাৱনাবোৰ জিলিকাই তোলাৰ সপোন,

আপুনি আমাক শক্তি দিয়ক,
আমি সমাধান কৰি দেখুৱাম,

আপুনি সাহস দিয়ক,
আমি নতুনত্ব দেখুৱাম,

আপুনি নিৰ্বাচনত ভোট দিয়ক,
আমি একেলগে জিলিকি দেখুৱাম।

#সকলো ভোটাৰকৰে মুকলি বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ আৰু মুক্তমনেৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনালো ।

ইতি
আপোনালোকৰ
দীপ-দৰ্শন।

23/09/2023

নমস্কাৰ।
মই দ্বীপ দৰ্শন কলিতা ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসমাজক প্ৰতিনিধিত্ব কৰাৰ যি আশা সেই আশাক এক বিশ্বাসলৈ ৰূপান্তৰিত কৰিছে আপোনাসৱৰ শুভকামনাই। আগন্তুক গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত মোৰ এই পদক্ষেপক আগুৱাই নিবলৈ প্ৰয়োজন আপোনাসৱৰ গঠনমূলক পৰামৰ্শ আৰু সহযোগিতাৰ।
আমি আশাবাদী।
একেলগে থিয় দিলে পাহাৰো খহি যায়।
সকলোলৈকে ধন্যবাদ।

Deep Darshan Kalita - General Secretary Candidate GU PGSU 2023-24 Social service

22/09/2023

নমস্কাৰ।
মই দ্বীপ দৰ্শন কলিতা ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসমাজক প্ৰতিনিধিত্ব কৰাৰ যি আশা সেই আশাক এক বিশ্বাসলৈ ৰূপান্তৰিত কৰিছে আপোনাসৱৰ শুভকামনাই। আগন্তুক গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত মোৰ এই পদক্ষেপক আগুৱাই নিবলৈ প্ৰয়োজন আপোনাসৱৰ গঠনমূলক পৰামৰ্শ আৰু সহযোগিতাৰ।
আমি আশাবাদী।
একেলগে থিয় দিলে পাহাৰো খহি যায়।
সকলোলৈকে ধন্যবাদ।

-24

Want your business to be the top-listed Government Service?

Culinary Team

Attire

Website