17/01/2018
আজি শিল্পী দিৱসৰ প্ৰাকক্ষণত মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক সদৌ অসম জনজাতি ছাত্ৰ সন্থাৰ তৰপৰ পৰা গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছো ।
।। জয় আই অসম ।।
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from All Assam Tribal Students' Union-AATSU, Political organisation, Head office;- Lakhimpur, Central office;- Dispur,Assam, Gauhati.
17/01/2018
আজি শিল্পী দিৱসৰ প্ৰাকক্ষণত মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক সদৌ অসম জনজাতি ছাত্ৰ সন্থাৰ তৰপৰ পৰা গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছো ।
।। জয় আই অসম ।।
সমুহ অসমবাসী ৰাইজলৈ সদৌ অসম জনজাতি ছাত্ৰ সন্থা তৰফৰ পৰা
ভোগালী বিহুৰ আন্তৰিক ওলগ জনালোঁ।
30/08/2017
বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী, সংগঠক, মিচিং জাতিৰ পিতা ৺তৰুণ চন্দ্ৰ পামেগাম দেৱৰ ৩৪ তম মৃত্যু বাৰ্ষিকী আমি সদৌ অসম জনজাতি ছাত্ৰ সন্থাই গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ।
15/08/2017
যি সকল মহান বীৰ পুৰুষ সকল দেশৰ স্বাধীনতাৰ হকে শ্বহীদ হৈছিল, সেই সকল মহান বীৰ শ্বহীদ সকলক আজি ৭১তম স্বাধীনতা দিৱসৰ দিনটোত শ্ৰদ্ধাৰে সোৱঁৰিছো ।
05/08/2017
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বাসিন্দা দধীয়া বনগাঁৱৰ দেবৰাজ পেগু আৰু তাৰজিত পায়েঙৰ হত্যাকাণ্ডৰ তদন্তৰ দাবী জনাই ৪ আগষ্টত "সদৌ অসম জনজাতি ছাত্ৰ সন্থা"ৰ প্ৰতিনিধি বৰ্গই বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম ডাঙৰীয়ানীক দুখন স্মাৰক পত্ৰ প্ৰদান কৰে। বনমন্ত্ৰীগৰাকীক দধীয়া-লাইকাৰ পুনৰসংস্থাপনৰ লগতে ক্ষতি পূৰণৰ বাবেও জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনোৱা হয়।
02/08/2017
আজি "সদৌ অসম জনজাতি ছাত্ৰ সন্থা"ৰ (AATSU) প্ৰতিনিধি বৰ্গই মাননীয় শিক্ষা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ST/SC TET উত্তীৰ্ণ সকলক অতি শীঘ্ৰে নিয়োগ কৰাৰ দাবীত স্মাৰক প্রত্ৰ প্ৰদান কৰা হয়। মাননীয় শিক্ষা মন্ত্ৰী ডাঙৰীয়াই ST/SC TET নিয়োগ কৰাৰ প্ৰদক্ষেপ গ্ৰহণ কৰা হব বুলি অৱগত কৰে।
16/07/2017
আজি সদৌ অসম জনজাতি ছাত্র সন্থা, কেন্দ্ৰীয় সমিতিৰ সভাপতি নিৰ্মল পায়েং ডাঙৰীয়াৰ লগতে লখিমপুৰ জিলাৰ সভাপতি ডিম্বেশ্বৰ নৰহ ডাঙৰীয়া আৰু ঘূণাসুঁতি আঞ্চলিক সমিতিৰ সম্পাদক বসন্ত টাইদ ডাঙৰীয়াই বানপানী হোৱাৰ মূল কাৰণটো কত, ৰঙানদীৰ মথাউৰি কেনেধৰণে নিৰ্মিত হৈছে, ৰাইজক কেনেকৈ সাহায্য প্ৰদান কৰিব পাৰি, কোন কোন অঞ্চলত বিশেষ ভাবে ক্ষতি হৈছে আৰু NEEPCOৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা এই কথা সমূহ দাঙিধৰি অসমৰ ৰাজ্যপাল পোৰোহিত ডাঙৰীয়াৰ লগত লখিমপুৰ চাৰ্কিট হাউচত আলোচনাত চক্ৰত বহে।
বন মন্ত্ৰীক ধিক্কাৰ দিছো "সদৌ অসম জনজাতি ছাত্র সন্থা"ই পৰীক্ষা অনুষ্ঠিত কৰাক লৈ চৰম লৰা-ধেমালি নকৰিব। বিভাগ পদত্যাগ কৰক।
কলা বজাৰ বন্ধ কৰক
অবৈধ ভাবে শিক্ষক/শিক্ষয়ত্ৰী বদলিকৰণ বন্ধ কৰক।
অবৈধ ভাবে শিক্ষক/শিক্ষয়ত্ৰী বদলিকৰণৰ বিৰুদ্ধে সদৌ অসম জনজাতি ছাত্ৰ সন্থা, লখিমপুৰ জিলা সমিতিৰ তীব্ৰ প্ৰতিবাদ লখিমপুৰ জিলা DEEO কার্য্যালয়ৰ সন্মুখত ।
04/07/2017
অবৈধ ভাবে শিক্ষক/শিক্ষয়ত্ৰী বদলিকৰণৰ বিৰুদ্ধে সদৌ অসম জনজাতি ছাত্ৰ সন্থা, লখিমপুৰ জিলা সমিতিৰ তীব্ৰ প্ৰতিবাদ লখিমপুৰ জিলা DEEO কার্য্যালয়ৰ সন্মুখত ।
30/06/2017
দুইমাহ পর্যন্ত ধৰি বান আক্ৰান্তত ভুক্তভুগি নাওবৈছা ৰাইজ। ধৰ্ণা, প্ৰতিবাদ, ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰিলেহে চৰকাৰে দিয়ে ৰাজসাহায্য। ৰাইজৰ অভিযোক এনেকৈ কিমান দিন জীয়াই থাকিম।
সম্পূৰ্ণ ঘটনাৰ বুজ লৈ আমি AATSU য়ে চৰকাৰক ধিক্কাৰ দিছো যে নৈতিক দায়িত্ব পালনেৰে বান আক্ৰান্ত ৰাইজৰ প্ৰতিবাদ বুজি পাওক।