18/06/2022
কৃত্ৰিম বান আঁতৰিব গুৱাহাটীৰ পৰা,
যদিহে পৰিষ্কাৰ ৰাখোঁ নলা-নৰ্দমা।
#গুৱাহাটী_আমাৰ_দায়িত্বও_আমাৰ
Himanta Biswa Sarma
CMO Assam
Ashok Singhal
MyGov Assam
Guwahati Municipal Corporation
Kamrup Metropolitan District Administration
17/06/2022
পৰিষ্কাৰ কৰাৰ দায়িত্ব আমাৰ,
পৰিষ্কাৰ ৰখাৰ দায়িত্ব সকলোৰে।
#গুৱাহাটী_আমাৰ_দায়িত্বও_আমাৰ
Himanta Biswa Sarma
CMO Assam
Ashok Singhal
Guwahati Municipal Corporation
Kamrup Metropolitan District Administration
MyGov Assam
17/06/2022
প্লাষ্টিকে মাতিছে গুৱাহাটীৰ বিপদ,
প্লাষ্টিকৰ পৰিহাৰে নিৰাময় কৰিব কৃত্ৰিম বানপানীৰ আপদ।
#গুৱাহাটী_আমাৰ_দায়িত্বও_আমাৰ
Himanta Biswa Sarma
CMO Assam
Ashok Singhal
Guwahati Municipal Corporation
Kamrup Metropolitan District Administration
MyGov Assam
17/06/2022
প্লাষ্টিকে মাতিছে গুৱাহাটীৰ বিপদ,
প্লাষ্টিকৰ পৰিহাৰে নিৰাময় কৰিব কৃত্ৰিম বানপানীৰ আপদ।
#গুৱাহাটী_আমাৰ_দায়িত্বও_আমাৰ
Himanta Biswa Sarma
CMO Assam
Ashok Singhal
MyGov Assam
Guwahati Municipal Corporation
Kamrup Metropolitan District Administration
16/06/2022
কৃত্রিম বানপানীৰ পৰা মুক্ত হ'ব গুৱাহাটী মহানগৰ, যদিহে আমি বুজি পাওঁ দ্বায়িত্ব নিজৰ৷
#গুৱাহাটী_আমাৰ_দায়িত্বও_আমাৰ
Himanta Biswa Sarma
CMO Assam
Ashok Singhal
MyGov Assam
Guwahati Municipal Corporation
Kamrup Metropolitan District Administration
16/06/2022
আমি চহৰখন পৰিষ্কাৰ কৰি ৰাখিবলৈ ওলাইছো৷
আৰু আপুনি?
#গুৱাহাটী_আমাৰ_দায়িত্বও_আমাৰ
Himanta Biswa Sarma
CMO Assam
Ashok Singhal
MyGov Assam
Kamrup Metropolitan District Administration
Guwahati Municipal Corporation
08/03/2022
আমাৰ সমাজৰ প্ৰতিগৰাকী মহিলাক আন্তৰ্জাতিক নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ।
04/03/2022
Govt of Assam's concerted efforts on to lend support to Assam students stranded in Ukraine or neighbouring regions in this crisis.
Himanta Biswa Sarma
CMO Assam
01/03/2022
সমূহ গুৱাহাটীবাসী তথা অসমবাসী ৰাইজলৈ মহাশিৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত আন্তৰিক শুভেচ্ছা যাচিলোঁ।
হৰ হৰ মহাদেৱ।
26/01/2022
ভাৰতবৰ্ষৰ গৌৰৱোজ্বল ৭৩তম গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা সকলোকে যাচিলোঁ।
25/01/2022
The 7th loan disbursal camp on PMSVANIDHi scheme was organised in Kamrup (M) dist in which around 740 beneficiaries were benefitted.
The camp was organised jointly by DAY-NULM & GMC.