Dipankar Bora

Dipankar Bora

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dipankar Bora, Public utility company, Guwahati.

ভাগ্যই আমাৰ গন্তব্যস্থান নিৰ্ধাৰণ কৰে,
কিন্তু চেষ্টা নকৰাটো ভুল।
হেপি মৰ্নিং 🌅 🌄 🌅 🌅
প্ৰতিটো সূৰ্য্য উদয়ৰ লগে লগে আহে এক নতুন আৰম্ভণিৰ প্ৰতিশ্ৰুতি। ৰাতিপুৱাৰ শক্তিক ব্যৱহাৰ কৰি গণনা কৰা হওক। 💝💝

Photos from Dipankar Bora's post 12/09/2025

Work in progress jammu our staff

10/09/2025

Hi everyone good morning

06/09/2025

শূন্য শক্তি বাকী থকা কিন্তু তথাপিও দেখা দিয়া সকলোৰে প্ৰতি সন্মান। 🙏❤️

06/09/2025

Hi everyone

11/05/2025

যোৱাকালি হোৱা বতাহ ধুমুহাত যদি কৰবাত ক্ষতি হোৱা , গছ পৰা, বৈদ্যুতিক প্ৰৱাহ বহন কৰা তাঁৰ ছিঙা পৰিলক্ষিত হৈছে, তেন্তে GPS Location সহ আপোনালোকক WhatsApp নম্বৰটো জনাবলৈ অনুৰোধ জনালোঁ । ধন্যবাদ
WP- 7575999666

11/05/2025

ছোৱালীৰ বোৰ কাৰণে 🤗
゚viralシfypシ゚viralシalシ

ধনী বা চাকৰি বা টকা দেখি ছোৱালী বিয়া নিদিব,💸🙏
আগতে দেখি লওঁক লৰাজন মানুহ হয় নে নহয়!! 🤔
কাৰণ ভাত কাপোৰৰ কাৰণে কোনো ছোৱালী মৰি নাযায়,
মৰি যায় একমাত্ৰ অমানুষিক অত্যাচাৰৰ কাৰণে!!!! 😥😢😓😭
🙏🙏

11/05/2025

https://www.facebook.com/share/1C5YXFB7FM/

Dipankar Bora ভাগ্যই আমাৰ গন্তব্যস্থান নিৰ্ধাৰণ কৰে,
কিন্তু চেষ্টা নকৰাটো ভুল।
হেপি মৰ্নিং 🌅 🌄 🌅 🌅
প্ৰতিটো সূৰ্য্য উদয়ৰ লগে লগে আহে এক নতুন আৰম্ভণিৰ প্ৰতিশ্ৰুতি। ৰাতিপুৱাৰ শক্তিক ব্যৱহাৰ কৰি গণনা কৰা হওক। 💝💝

Photos from Dipankar Bora's post 11/05/2025

যোৱাকালি বতাহ ধুমুহাত বিধ্বস্ত হোৱা কিছুমান ঠাইৰ ফটো...

11/05/2025
Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Address

Guwahati
787002