CYSS Assam

CYSS Assam

Share

CYSS (Chatra Yuva Sangharsh Samiti) Assam, Student and Youth wing of Aam Aadmi Party. Join us to be a part of Revolution
জয় আই অসম

29/05/2022
29/05/2022

অসমত ইছলামিক মৌলবাদীৰ বিৰুদ্ধে তদন্ত কিমান দুৰ আগ বাঢিছে ৰাইজক জনাব লাগে চৰকাৰে l

27/05/2022

আগন্তুক কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত দলৰ 'Star Campaigner' হিচাপে দায়িত্ব লাভ কৰা সমূহ সদস্যলৈ আপ অসমৰ তৰফৰ পৰা অলেখ শুভকামনা আৰু অভিনন্দন জনাইছোঁ।


27/05/2022

Tomorrow joining program in Duliajan, Dibrugarh. Kindly refer if anyone is there to join.

Contact - 9954222269 (Kamal Das)

অহা কালি ইং ২৮ -০৫ -২০২২ তাৰিখ শণিবাৰে ডিব্ৰুগড় জিলাৰ উদ্যোগত দুলীয়াজান সমষ্টিত এখনি যোগদান কাৰ্যসূচীৰ সভা আয়োজন কৰা হৈছে ।
সেয়ে ডিব্ৰুগড় জিলা সমিতিৰ সমূহ সক্ৰিয় কৰ্মকৰ্তা তথা আপৰ শুভাকাংশীক উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ ।

সময় -দিনৰ ২ বজাত ।
স্থান -আশিষ বিবাহ ভবন
দুলীয়াজান
ধন্যবাদ

শ্ৰী কমল দাস
জিলা সমন্বয়ক
ডিব্ৰুগড।

27/05/2022

অসম ত ও এবাৰ সুবিধা দিয়ক ৰাইজ ।
🙏


26/05/2022

Apki concern ke liye bohot bohot dhanyabad
Isi tarah hum age bhi kam karte jayenge🙏



Photos from CYSS Assam's post 25/05/2022

অসমত চৰকাৰৰ নাকৰ তলৰপৰা কাঠ মাফিয়া, শিল মাফিয়া, বালি মাফিয়া, কয়লা মাফিয়া আৰু বিভিন্ন ছিণ্ডিকেট সমূহ চলি আছে l দুৰ্নীতিক প্ৰশ্ৰয় দিয়া নেতা, পালিনেতা আৰু চৰকাৰী বিষয়াৰ ওপৰত কোনে নাকী লগাব?


Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Telephone

Address


Guwahati