13/05/2025
বিশেষ দিনটোৰ নিশাৰ ছবি...
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Juri Kumari Mali, Political organisation, Maliata, Guwahati.
ছয়ানী ৰাণীৰ মালিয়াটা গাওঁ পঞ্চায়তৰ পৰা পঞ্চায়ত নিৰ্বাচন ২০২৫ৰ আঞ্চলিক সদস্য পদৰ NDA তথা বিজেপিৰ প্ৰাৰ্থী
NDA and BJP candidate for the post of Anchalik Panchayat(AP) of Panchayat Election 2025 from Maliata Gaon Panchayat of Rani Chayani
13/05/2025
বিশেষ দিনটোৰ নিশাৰ ছবি...
13/05/2025
13/05/2025
সমূহ মালিয়াটাবাসী ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ । আগন্তুক দিনত ৰাইজৰ সেৱাৰ বাবে মই সদায় প্ৰস্তুত । পুনৰ এবাৰ সমূহ ৰাইজক অশেষ ধন্যবাদ জনালো ।
07/05/2025
ভোটদান কৰিলো । আপোনালোকে কৰিলে নে?
সকলো প্ৰাৰ্থীলৈ মোৰ ফালৰ পৰা হিয়াভৰা শুভেচ্ছা জনালো । অহাকালি সকলো ৰাইজে যেন নিজ নিজ ভোট প্ৰদান কৰে । মনত ৰাখিব ভোটদানৰ সময় ৰাতিপুৱা ৭ বাজি ৩০ মিনিটৰ পৰা বিয়লি ৪ বাজি ৩০ মিনিটলৈকে ।
05/05/2025
সকলোলোৰে আশীৰ্বাদ বিচাৰি...
05/05/2025
৭ মেৰ দিনা পদুমৰ ছবিত
05/05/2025
অহা ৭মে তাৰিখে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলো । অহা ৭মে বুধবাৰে সকলোৱে যেন ভোটদান কৰে । 🪷 পদুমৰ ছবি যেন কোনোপধ্যেই নাপাহৰে ।
প্ৰচাৰৰ অন্তিমটো দিনত..
04/05/2025
আজি বিভিন্ন ঠাইত এনেদৰে
02/05/2025
আজি সাতপাৰাৰ দুৰ্গা পূজা মন্দিৰ প্ৰাংগণত(গৰুবজাৰ) মাননীয় মন্ত্ৰী পিযুষ হাজৰিকা দেৱ উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলাই । উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত মাননীয় বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া,দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী ডাঙৰীয়া, হিমাংশু শ্বেখৰ বৈশ্য ডাঙৰীয়া, অনিৰ্বাণ গোস্বামী ডাঙৰীয়া, প্ৰাক্তন বিধায়ক মাননীয় প্ৰণৱ কলিতা ডাঙৰীয়া প্ৰমুখ্যে বহুতো বিশিষ্ট লোক উপস্থিত থাকে । এই নিৰ্বাচনী সভাত উপস্থিত থাকি ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰি ধন্য হলো ।
Himanta Biswa Sarma
Dilip Saikia
Pijush Hazarika
BJP Assam Pradesh
BJP South Kamrup
Hemanga Thakuria
Himangshu Shekhar Baishya
Anirban Goswami
Anjan Goswami