BJYM North Kamrup District

BJYM North Kamrup District

Share

Official page of Bharatiya Janata Yuva Morcha (BJYM) North Kamrup District

12/04/2026

ভাৰতীয় সংগীত জগতৰ অবিস্মৰণীয় কণ্ঠ, কিংবদন্তি শিল্পী আশা ভোছলেৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ সুৰীয়া, সুমধুৰ কণ্ঠই কোটি কোটি দেশবাসীৰ মন জয় কৰিছিল। সংগীতৰ প্ৰতিটো শৈলীত তেখেতৰ অৱদান আমাৰ মাজত সদায়ে চিৰস্মৰণীয় হৈ থাকিব।

তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ, শুভাকাংক্ষী, গুণমুগ্ধৰ প্ৰতি যুৱ মৰ্চা , উত্তৰ কামৰূৰ জিলাৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

ঔঁম শান্তি 🙏🏻

10/04/2026

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ‍্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ ভাৰতীয় জনতা যুৱ মৰ্চা , উত্তৰ কামৰূপ জিলাৰ কৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ ।

07/04/2026

ৰেলী ভৱেশ কলিতা জিন্দাবাদ

06/04/2026

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱসৰ এই পৱিত্ৰ ক্ষণত সকলো কৰ্মঠ আৰু নিষ্ঠাবান কাৰ্যকৰ্তালৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।

লক্ষ লক্ষ কাৰ্যকৰ্তাৰ অবিৰত ত্যাগ, কঠোৰ পৰিশ্ৰম আৰু আদৰ্শৰ প্ৰতিশ্ৰুতিৰ বলতেই আজি বিজেপি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক সংগঠন হিচাপে প্ৰতিষ্ঠিত হৈছে। এই গৌৰৱময় যাত্ৰাৰ অংশ হ’ব পাৰি আমি নিজকে ধন্য মানো।

মা ভাৰতীৰ সেৱাত সদায় আগবাঢ়ি থকা আমাৰ প্ৰতিজন কাৰ্যকৰ্তা দেশ গঢ়াৰ এই মহান অভিযাত্ৰাৰ একো একোজন শক্তিশালী স্তম্ভ । আহক, একত্ৰিত প্ৰচেষ্টাৰে উন্নত, শক্তিশালী আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাত আমি সকলোয়ে নিজৰ দায়িত্ব পালন কৰোঁ।

ভাৰত মাতা কী জয়।
বন্দে মাতৰম্‌।

Bharatiya Janata Party (BJP)
BJP Assam Pradesh

05/04/2026

অসমক দেশৰ শ্ৰেষ্ঠ ৫ ৰাজ্যৰ অন্যতম কৰাৰ আমাৰ সংকল্প। বিগত কার্যকাল আছিল এই দিশত অসমৰ ভেটি নির্মাণ। সেই সংকল্পৰে বাস্তৱ ৰূপ হিচাপে বিজেপিক ভোট দিয়াৰ মাত্ৰ ১০টা স্পষ্ট কাৰণ আপোনালোকৰ আগত ৰাখিলোঁ ।

BJP Assam Pradesh
BJYM Assam
BJP North Kamrup District

Photos from BJYM North Kamrup District 's post 05/04/2026

আজি হাজো-শুৱালকুছি সমষ্টিৰ অন্তৰ্গত পছৰীয়া গাঁও পঞ্চায়তৰ পছৰীয়াত এক “ৰেলী তথা পদযাত্ৰা” কৰা হয় । হাজো-শুৱালকুছি সমষ্টিৰ অ.গ.প মিত্ৰজোটৰ প্ৰাৰ্থী মাননীয় শ্রীযুত প্ৰকাশ দাস ডাঙৰীয়াই এই পদযাত্ৰাত অংশগ্ৰহণ কৰে ।

প্ৰকাশ দাস জিন্দাবাদ

Himanta Biswa Sarma
Atul Bora অতুল বৰা
Dilip Saikia
অসম গণ পৰিষদ - Asom Gana Parishad -AGP
BJP Assam Pradesh

Photos from BJYM North Kamrup District 's post 01/04/2026

আজি 32 নং কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জটিয়াভাঙ্গৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত 12 নংআৰু 13নং বুথত নতুন ভোটাৰৰ লগত সম্পর্ক গঢ়াৰ লগতে বুথৰ কাৰ্য্যকৰ্তা আৰু স্হানীয় ব্যাক্তিসকলৰ লগত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি 32 নং কমলপুৰ বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী মাননীয় দিগন্ত কলিতা ডাঙৰীয়াক বিপুল ভোটঁত জয়যুক্ত কৰাৰ প্ৰয়াস কৰা হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উত্তৰ - কামৰূপ জিলাৰ সাধাৰণ সম্পাদক শংকৰ বৈশ্য ডাঙৰীয়াৰ লগতে জিলাৰ কাৰ্য্যকৰ্তাসকল লগতে উপস্হিত থাকে বুথ সভাপতি সকল আৰু স্থানীয় বিশিষ্ট ব্যক্তি সকল ।

Diganta Kalita
Bhaskar Kalita
Jitu Kalita

Photos from BJYM North Kamrup District 's post 31/03/2026

আজি 32 নং কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বীৰদত্ত পঞ্চায়তৰ পানাৰা গাঁৱৰ 58নং বুথত নিৰ্বাচনী কাৰ্যালয় উদ্ধোধনী কাৰ্যসূচীত সহযোগ কৰাৰ লগতে নতুন ভোটাৰৰ লগত সম্পর্ক গঢ়ি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট কৰা হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উত্তৰ - কামৰূপ জিলাৰ সাধাৰণ সম্পাদক শংকৰ বৈশ্য ডাঙৰীয়াৰ লগতে জিলাৰ কাৰ্য্যকৰ্তাসকল লগতে উপস্হিত থাকে বুথ সভাপতি সকল আৰু স্থানীয় বিশিষ্ট ব্যক্তি সকল।


Diganta Kalita
BJP Assam Pradesh
BJYM Assam

31/03/2026

তিনিচুকীয়া জিলাৰ যুৱ সমাজৰ মাজত ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাৰ্যসূচীৰ প্ৰতি দেখা দিয়া সন্তোষ আৰু সমৰ্থন স্পষ্টভাৱে লক্ষণীয়। মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ৰূপায়ণ হোৱা বিভিন্ন জনকল্যাণমূলক পদক্ষেপ তৰা আঁচনিয়ে যুৱক-যুৱতীসকলৰ মনত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।

এই ভিডিঅ’টি সেই ইতিবাচক অনুভৱৰ এক স্পষ্ট প্ৰতিফলন হিচাপে পৰিগণিত হৈছে, য’ত তিনিচুকীয়াৰ যুৱ প্ৰজন্মই ৰাজ্য চৰকাৰৰ কাম-কাজৰ প্ৰতি তেওঁলোকৰ সন্তুষ্টি আৰু আনন্দ প্ৰকাশ কৰিছে।

Himanta Biswa Sarma
Dilip Saikia
Rakesh Das
Jitu Kalita
BJP Assam Pradesh
BJYM Assam

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Website

Address

North Kamrup
Guwahati
781031